ETV Bharat / international

মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন

author img

By

Published : Nov 8, 2020, 9:05 AM IST

"মোৰ বাবে ভোট কৰক বা নকৰক মই নিজকে সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি বুলি ভাবিম ৷" সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈ এই মন্তব্য জ' বিডেনৰ ৷ সংযুক্ত ৰাষ্ট্ৰক নেতৃত্ব দিবলৈ নিৰ্বাচন কৰাৰ বাবে ৰাষ্ট্ৰবাসীক ধন্যবাদ জ্ঞাপন বিডেনৰ ৷

মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন
মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম : জ' বিডেন

নিউজ ডেস্ক, 8 নৱেম্বৰ : সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈয়ে ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেনৰ মন্তব্য মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম ৷ ডেমক্ৰেট প্ৰাৰ্থী জ' বিডেনে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক বিপুলসংখ্যক ভোটত পৰাভূত কৰি সংযুক্ত ৰাষ্ট্ৰৰ 46 তম ৰাষ্ট্ৰপতিৰ পদৰ বাবে নিৰ্বাচিত হৈয়েই এই মন্তব্য কৰে ৷ বিডেন কয় যে তেওঁৰ বাবে ভোট কৰা বা নকৰা প্ৰত্যেক গৰাকী আমেৰিকানৰ বাবে তেওঁ কোনো বিভেদ নৰখাকৈ ৰাষ্ট্ৰপতি হিচাপে কাম কৰি যাব ৷

  • America, I’m honored that you have chosen me to lead our great country.

    The work ahead of us will be hard, but I promise you this: I will be a President for all Americans — whether you voted for me or not.

    I will keep the faith that you have placed in me. pic.twitter.com/moA9qhmjn8

    — Joe Biden (@JoeBiden) November 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

এক টুইট যোগে অনুভৱ কৰি বিডেনে কয় , "আমেৰিকা মই সন্মানিত অনুভৱ কৰিছো যে আমাৰ মহান দেশখনক নেতৃত্ব দিয়াৰ বাবে আপোনালোকে মোক নিৰ্বাচন কৰিছে ৷ আমাৰ সন্মুখৰ কামসমূহ কঠিন হ'ব , কিন্তু মই প্ৰতিশ্ৰুতি দিছো মোক কোনে ভোট কৰিছে বা নকৰিছে সেই কথা বিচাৰ নকৰি মই সকলো আমেৰিকানৰ ৰাষ্ট্ৰপতি হ'ম ৷

লগতে পঢ়ক: ওদালগুৰিত চিনেমাৰ কায়দাৰে ধন লুট দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.