ETV Bharat / international

ক’ভিড 19ত আক্ৰান্ত বাইডেনৰ ঘনিষ্ঠ মুখপাত্ৰ কেজৰিক ৰিছমণ্ড - ক’ভিড 19ত আক্ৰান্ত বাইডেনৰ ঘনিষ্ঠ মুখপাত্ৰ

ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ঘনিষ্ঠ মুখপাত্ৰ কেজৰিক ৰিছমণ্ড ৷

ক’ভিড 19ত আক্ৰান্ত বাইডেনৰ ঘনিষ্ঠ মুখপাত্ৰ কেজৰিক ৰিছমণ্ড

author img

By

Published : Dec 18, 2020, 2:14 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,18 ডিচেম্বৰ: ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনৰ ঘনিষ্ঠ মুখপাত্ৰ কেজৰিক ৰিছমণ্ড ৷ এক ৰেলীত অংশগ্ৰহণৰ বাবে আটলান্টালৈ যোৱাৰ দুদিন পিছতে ৰিছমণ্ড ক’ভিড 19ত আক্ৰান্ত হোৱাৰ বুলি এক বিবৃতিযোগে জনায় বাইডেনৰ উত্তৰণ মুখপাত্ৰ কেট বেডিংফিল্ডে ৷

ইয়াৰ উপৰিও আটলান্টাৰ মেয়ৰ কেইছা লেন্স বটমছৰ ভোট গ্ৰহণ অধিকাৰ কৰ্মী ষ্টেছী আব্ৰাম আৰু মাৰ্কিন ৰিপাব্লিকৰ নিৰ্বাচিত নিকেমা উইলিয়ামছেও এই ৰেলীত অংশগ্ৰহণ কৰিছিল যদিও ৰিছমণ্ডৰ সংস্পৰ্শলৈ অহা নাছিল দুয়োগৰাকী ৷ কেট বেডিংফিল্ডে জনাবলৈ দিয়া অনুসৰি বুধবাৰৰ পৰা ক’ভিডৰ প্ৰাৰম্ভিক লক্ষণসমূহে দেখা দিছিল ৰিছমণ্ডৰ দেহত ৷

Congressional Black Caucus সদস্যসকলৰ সৈতে বাইডেনৰ দীৰ্ঘদিনীয়া সু-সম্পৰ্ক উত্তোলনৰ আৰৰ মুখ্য ব্যক্তিগৰাকীয়েই হ’ল ৰিছমণ্ড ৷ ৰিছমণ্ডে অতি শীঘ্ৰে বাইডেনৰ প্ৰশাসনৰ কৃষ্ণাংগ সমাজ আৰু অন্যান্য সংখ্যালঘু দলসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সামাজিক অংশগ্ৰহণৰ ভূমিকা পালন কৰিব ৷ ৰিছমণ্ডৰ ভূমিকা ওবামাৰ শাসনকালত ভেলিৰিয়া জেৰেটৰ ভূমিকাৰ সৈতে সামঞ্জস্য আছে ৷

লগতে পঢ়ক-হোৱাইট হাউচ নেৰে ডনাল্ড ট্ৰাম্পে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.