ETV Bharat / international

Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

author img

By

Published : Oct 12, 2020, 7:57 PM IST

বিশ্বত কৰ’ণা আক্ৰান্তৰ সংখ্যাই 3,77,46,051 ৰ সীমা অতিক্ৰম কৰিছে ৷ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ 10,81,435 গৰাকী ব্যক্তিয়ে মৃত্যুক সাৱটি লৈছে ৷ বৃটেইন চৰকাৰে দেশখনৰ নাগৰিকসকলক সতৰ্ক কৰি দিয়াৰ লগতে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনে চূড়ান্ত পৰ্যায়ত অৱস্থান কৰাৰ কথা ব্যক্ত কৰে ৷ লিভাৰপুল আৰু মানচেষ্টাৰৰ দৰে আগশাৰীৰ চহৰসমূহত পাব আৰু ৰেষ্টোৰাসমূহ পুনৰ বন্ধ কৰাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে চৰকাৰে ৷

Global Covid 19 tracker etv bharat news
Covid 19: বিশ্বৰ সামগ্ৰিক তথ্য

হায়দৰাবাদ,12 অক্টোবৰ: 3,77,46,051 গৰাকীৰো অধিক ব্যক্তি সমগ্ৰ বিশ্বত কৰ’ণাত আক্ৰান্ত হৈছে ৷ তদুপৰি এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে 10,81,435 গৰাকীয়ে ৷ বৰ্তমানলৈকে 2,83,47,330 গৰাকী ব্যক্তিয়ে কৰ’ণাত আক্ৰান্ত হোৱাৰ পিছত সুস্থ হৈ ঘৰলৈ উভটিছে ৷ আমেৰিকাত 79,91,998 গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুক সাৱটিছে 2,19,695 গৰাকীয়ে ৷

Global Covid 19 tracker etv bharat news
আক্ৰান্ত দেশৰ শীৰ্ষত আমেৰিকা

বৃটেইন চৰকাৰে দেশখনৰ নাগৰিকসকলক সতৰ্ক কৰি দিয়াৰ লগতে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনে টিপিংগ পইণ্টত অৱস্থান কৰাৰ কথা ঘোষণা কৰে ৷ বৰিছ জনছনে সোমবাৰে কোভিড 19 আক্ৰান্ত এলেকাসমূহত অধিক প্ৰতিবন্ধকতা আৰোপ কৰি সংক্ৰমণ ৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ৷ তদুপৰি লিভাৰপুল আৰু মানচেষ্টাৰৰ দৰে আগশাৰীৰ চহৰসমূহত পাব আৰু ৰেষ্টোৰাসমূহ পুনৰ বন্ধ কৰাৰ চিন্তা-চৰ্চা অব্যাহত ৰাখিছে চৰকাৰে ৷

বৃটেইনত ৰেষ্টোৰা বন্ধৰ চিন্তা-চৰ্চা

কৰ’ণা আক্ৰান্ত দেশসমূহৰ দ্বিতীয় স্থানত অৱস্থান কৰা ভাৰতত 71,19,300 ৰো অধিক লোক ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুবৰণ কৰিছে 1,09,184 গৰাকী ব্যক্তিয়ে ৷

লগতে চাওকঃ ঘোষণা হ’ল 2020 বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.