ETV Bharat / international

ধুমুহা-বৰষুণৰ কালৰূপঃ দক্ষিণ আফ্ৰিকাত 51জনৰ মৃত্যু - etv bharat

দেশখনৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফচিয়াই প্ৰকাশ কৰে অনুসৰি  প্ৰায় এহেজাৰগৰাকীতকৈও অধিক লোকক নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে ৷ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বহুকেইটা উদ্ধাৰকাৰী বাহিনীক নিয়োগ কৰাৰ লগতে ভুক্তভোগীসকলক সহায়ৰ বাবে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন আগবাঢ়ি অহা বুলিও প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

etv bharat
author img

By

Published : Apr 25, 2019, 4:08 AM IST

নিউজ ডেস্ক, 25 এপ্ৰিলঃ বুধবাৰে প্ৰচণ্ড ধুমুহা বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰে দক্ষিণ আফ্ৰিকাত ৷ ধুমুহা-বৰষুণৰ ফলত দক্ষিণ আফ্ৰিকাত কমেও 51 গৰাকী লোকে মৃত্যুক সাবটি লৈছে ৷ নিহতসকলৰ ভিতৰত দুটি শিশুও আছে ৷ দক্ষিণ আফ্ৰিকাৰ প্ৰশাসনিক বিষয়াই প্ৰকাশ কৰা অনুসৰি পূব কেপৰ প্ৰদেশ অঞ্চল আৰু কুৱাজুলু-নাটালত ধুমুহা-বৰষুণৰ অধিক প্ৰভাৱ পৰে ৷

  • We thank the communities and individuals who risked their own lives to save loved ones, neighbours or strangers. We also thank the NGOs who are helping those in need by providing shelter, food and ablution facilities. I’ll be going to EC to assess the situation there as well. pic.twitter.com/JL4UXzSA4I

    — Cyril Ramaphosa 🇿🇦 (@CyrilRamaphosa) April 24, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

https://www.aninews.in/news/world/others/51-dead-as-rainstorm-lashes-s-africa20190424195616/

51 dead as rainstorm lashes S Africa

দক্ষিণ আফ্ৰিকাৰ বিধ্বংসী ধুমুহা বৰষুণত নিহত 51 গৰাকী লোক

পূৱ কেপৰ প্ৰদেশ অঞ্চল আৰু কুৱাজুলু-নাটালত দুৰ্যোগৰ অত্যাধিক প্ৰভাৱ পৰিলক্ষিত হৈছিল ৷ সহায়ৰ বাবে আগবাঢ়ি অহা লোকসকলৰ লগতে স্বেচ্ছাসেৱী সংগঠনসমূহক ধন্যবাদ জ্ঞাপন কৰে দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফচাই ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.