ETV Bharat / headlines

ভাৰত-চীনৰ সীমা বিবাদ পৰিস্থিতি অতি গম্ভীৰ : ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন

ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ মীমাংসা কৰাৰ ক্ষেত্ৰত আলোচনাত ভাগ লোৱাৰ সিদ্ধান্তৰ আহ্বান জনাই কয় যে, ব্ৰিটিছে এই পৰিস্থিতিৰ আলোচনাত ভাগ লৈ দুয়োপক্ষৰ সিদ্ধান্তসমূহ ভালদৰে পৰ্যালোচনা কৰিব পাৰিব আৰু দুয়োপক্ষক উৎসাহিত কৰিব পাৰিব ।

author img

By

Published : Jun 25, 2020, 5:15 PM IST

ভাৰত-চীনৰ সীমা বিবাদ পৰিস্থিতি অতি গম্ভীৰ : ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন
ভাৰত-চীনৰ সীমা বিবাদ পৰিস্থিতি অতি গম্ভীৰ : ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছন

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ জুন : ভাৰত-চীনৰ মাজত চলি থকা সীমা বিবাদৰ মীমাংসা কৰাৰ ক্ষেত্ৰত আলোচনাত ভাগ লোৱাৰ সিদ্ধান্তৰ আহ্বান জনায় ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে । কিয়নো তেওঁ পূৱ লাডাখৰ এই পৰিস্থিতিক অতি উদ্বেগজনক পৰিস্থিতি হিচাপে মন্তব্য কৰে আৰু ইয়াৰ গভীৰভাৱে পৰ্যবেক্ষণ কৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী গৰাকীয়ে । বুধবাৰে হাউছ অৱ কমন্সৰ সাপ্তাহিক প্ৰধানমন্ত্ৰীৰ প্ৰশ্নৰ দ্বাৰা তেওঁৰ এই তথ্য পোহৰলৈ আহে ।

ব্ৰিটিছে এই পৰিস্থিতিৰ আলোচনাত ভাগ লৈ দুয়োপক্ষৰ সিদ্ধান্তসমূহ ভালদৰে পৰ্যালোচনা কৰিব পাৰিব আৰু দুয়োপক্ষক উৎসাহিত কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰী জনছনে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : ক্ষেপণাস্ত্ৰ ব্যৱস্থাৰ ত্যাগ জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.