ETV Bharat / headlines

ৰাতাবাৰী সমষ্টিত উপনিৰ্বানচনৰ বতাহ - ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বানচনৰ প্ৰচাৰ অভিযান

তুংগত উঠিছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বানচনৰ প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছ বিজেপি উভয় দল ৷

ৰাতাবাৰী সমষ্টিত উপনিৰ্বানচনৰ বতাহ
author img

By

Published : Oct 11, 2019, 1:47 PM IST

Updated : Oct 11, 2019, 10:44 PM IST

কৰিমগঞ্জ, 11 অক্টোবৰঃ শাৰদীয় দূৰ্গা পূজাৰ আনন্দ উল্লাসৰ অন্ত পৰাৰ লগে লগেই ৰাজ্যৰ চাৰিওটা সমষ্টিতে আৰম্ভ হৈছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰাতাবাৰী সমষ্টিতো বলিছে উপনিৰ্বানচনৰ গৰম বতাহ ৷ সমষ্টিৰ চুকে-কোণে ভীৰ কৰিছে ৰাজনৈতিক নেতাই ৷ ৰিপুন বৰা, প্ৰদ্যুত বৰদলৈ, ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ্য দে' পুৰকায়স্থ, ছিদ্দিক আহমেদ আদিকে ধৰি কংগ্ৰেছৰ জিলা স্তৰৰ নেতৃত্বই দিনে নিশাই প্ৰাৰ্থী কেশৱ ৰজকৰ হৈ প্ৰচাৰ চলাইছে সমষ্টিটোত ৷

ৰাতাবাৰী সমষ্টিত উপনিৰ্বানচনৰ বতাহ

আনহাতে, বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাই আছে সাংসদ কৃপানাথ মাল্লা, বিধায়ক কৃষ্ণেন্দু পাল, ৰাজ্যিক বিজেপিৰ উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্য আদিকে ধৰি জিলা স্তৰৰ নেতৃবৃন্দই ৷

লগতে পঢ়ক : জনিয়া সমষ্টিৰ ভোগেৰআণ্ডাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

Intro:ৰাতাবাৰী সমষ্টিত বলিছে উপনিৰ্বানচনৰ গৰম বতাহ Body:SLUG : RATABARI BY ELECTION.

তুংগত উঠিছে ৰাতাবাৰী বিধানসভা সমষ্টিৰ উপনিৰ্বানচনৰ প্ৰচাৰ অভিযান । প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছ বিজেপি উভয় দল ।

শাৰদীয় দূৰ্গা পূজাৰ আনন্দ উল্লাস ভালদৰে শেষ নোহোৱাকৈ ৰাতাবাৰী সমষ্টিত বলিছে উপনিৰ্বানচনৰ গৰম বতাহ । সমষ্টিৰ চুকে কোনে ভীৰ কৰিছে ৰাজনৈতিক নেতাই । বিজেপিয়ে যদি ৰাতাবাৰী সমষ্টিত আত্মসম্মান ৰক্ষাৰ যুঁজ চলাইছে তেন্তে কংগ্ৰেছে চলাইছে অস্তিত্ব ৰক্ষাৰ যুঁজ । ৰাতাবাৰী সমষ্টিত কংগ্ৰেছ দল একপ্ৰকাৰ স্বৰ্বশক্তিৰে জপিয়াই পৰিছে । ৰিপুন বৰা, প্ৰদ্যুত বৰদলৈ, ৰূপজ্যোতি কৰ্মী, কমলাক্ষ্য দে পুৰকায়স্থ, ছিদ্দিক আহমেদ আদিকে ধৰি কংগ্ৰেছৰ জিলা স্তৰৰ নেতৃত্বই দিনে নিশা এক কৰি প্ৰাৰ্থী কেশব ৰজকৰ হৈ প্ৰচাৰ চলাই গৈ আছে । ভাগ লৈছে বিভিন্ন নিৰ্বাচনী জনসভাত । ৰাতাবাৰী সমষ্টিৰ বিভিন্ন সমস্যা তথা বিজেপি চৰকাৰৰ ব্যৰ্থতাক পুঁজি বনাই এইবাৰ সমষ্টিটো পুনৰুদ্ধাৰৰ হব বুলি আশাবাদী কংগ্ৰেছৰ নেতৃত্ব । byte : 1) Ripun Bora. 2) Prodyut Bordoloi, 3) Rupjyoti Kurmi.

ইপিনে বিজেপি প্ৰাৰ্থী বিজয় মালাকাৰৰ হৈ প্ৰচাৰ চলাই গৈ আছে সাংসদ কৃপানাথ মাল্লাহ, বিধায়ক কৃষ্ণেন্দু পাল, ৰাজ্যিক বিজেপিৰ উপসভাপতি বিশ্বৰূপ ভট্টাচাৰ্য আদিকে ধৰি জিলা স্তৰৰ নেতৃবৃন্দই । বিজেপিৰ মতে উপ নিৰ্বাচনত স্থানীয় আৰু বহিৰাগত প্ৰাৰ্থী কোনো ইচ্যু নহয় । বিজেপিৰ প্ৰাৰ্থী বিজয় মালাকাৰ পঞ্চাশ হাজাৰ ভোটৰ ব্যৱধানত জয়লাভ কৰিব । byte : 1) Kripanath Mallah, 2) Krisnendu Paul, 3) Biswarup Bhattacharjee. 

Conclusion:পিছে কোনে শেষ হাঁহি মাৰে এয়াই হব লক্ষ্যণীয়
Last Updated : Oct 11, 2019, 10:44 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.