ETV Bharat / headlines

কোভিড-১৯ : ৰাজধানী দিল্লীৰ শেহতীয়া তথ্য

author img

By

Published : Jun 26, 2020, 4:06 PM IST

বৃহস্পতিবাৰে দিল্লীত ৩,৩৯০ জন লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে । সম্প্ৰতি দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ৭৩,৭৮০ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২,১৭৫ জন লোক মৃত্যু মুখত পৰে ।

কোভিড-১৯ : ৰাজধানী দিল্লীৰ শেহতীয়া তথ্য
কোভিড-১৯ : ৰাজধানী দিল্লীৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, ২৬ জুন : ৰাজধানী দিল্লীত বৃহস্পতিবাৰে ৩,৩৯০ জন লোক নতুনকৈ কোভিড-১৯ত আক্ৰান্ত হৈছে । সম্প্ৰতি দিল্লীত মুঠ আক্ৰান্তৰ সংখ্যা ৭৩,৭৮০ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ২,১৭৫ জন লোক মৃত্যু মুখত পৰে । বুধবাৰে ৩,৭৮৮ জন লোকৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰে । আনহাতে, শুকুৰবাৰে এই সংখ্যা ৩,৯৪৭ জনলৈ বৃদ্ধি হৈ সপ্তাহটোৰ এদিনৰ অধিক আক্ৰান্তৰ সংখ্যাৰূপে চিনাক্ত হয় ।

দিল্লী স্বাস্থ্য বিভাগৰ বুলেটিনত উল্লেখিত অনুসৰি, যোৱা ২৪ ঘণ্টাত দিল্লীত কোভিড-১৯ত আক্ৰান্ত হোৱা ৬৪ জন লোকৰ মৃত্যু হয় আৰু মৃতকৰ সংখ্যা ২,৪২৯ জনলৈ বৃদ্ধি পায় ।

ইয়াৰোপৰি, সম্প্ৰতি দিল্লীত ৪৪,৭৬৫ জন আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে আৰু বৃহস্পতিবাৰলৈ মুঠ ৪,৩৮,০১২ জন লোকে কোভিড-১৯ পৰীক্ষা সম্পন্ন কৰিছে । চহৰখনত হোম আইশ্ব'লেচনত থকা লোকৰ সংখ্যা ১৫,১৫৯ জন ।

লগতে পঢ়ক : মণিপুৰী আৰু হিন্দী ভাষা বচাবলৈ ৰাষ্ট্ৰপতিক স্মাৰক পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.