ETV Bharat / headlines

মুৰ্গীৰ দেহত কৰ'ণা ভাইৰাছ পোৱা ঘটনাটো গোকাট মিছা : মধ্যপ্ৰদেশ পশুপালন বিভাগ - পোলট্ৰী ফাৰ্মৰ মুৰ্গীৰ দেহত কৰ'ণা ভাইৰাছ

মধ্যপ্ৰদেশৰ ফাৰ্মৰ মুৰ্গীবোৰ সম্পূৰ্ণ সুস্থ আৰু সিহঁতৰ দেহত কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱা নাই । ৰাজ্যখনৰ কিছু পোলট্ৰী ফাৰ্মৰ মুৰ্গীৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰা বুলি চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মধ্যপ্ৰদেশ পশুপালন বিভাগে শনিবাৰে সমগ্ৰ ঘটনাটো এটা ''ভিত্তিহীন ঘটনা বুলি সদৰী কৰে ।

ফাৰ্মৰ মুৰ্গীৰ দেহত কৰ'ণা ভাইৰাছ পোৱা ঘটনাটো গোকাট মিছা : মধ্যপ্ৰদেশ পশুপালন বিভাগ

author img

By

Published : Jun 20, 2020, 3:27 PM IST

নেশ্যনেল ডেস্ক, ২০ জুন : মধ্যপ্ৰদেশৰ কিছু পোলট্ৰী ফাৰ্মৰ মুৰ্গীৰ দেহত কৰ'ণা ভাইৰাছ ধৰা পৰা বুলি চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মধ্যপ্ৰদেশ পশুপালন বিভাগে শনিবাৰে সমগ্ৰ ঘটনাটো এটা ‘ভিত্তিহীন ঘটনা’ বুলি সদৰী কৰে । লগতে বিভাগটোৱে জানিবলৈ দিয়ে যে,ফাৰ্মৰ মুৰ্গীবোৰ সম্পূৰ্ণ সুস্থ আৰু সিহঁতৰ দেহত কৰ'ণা ভাইৰাছ সংক্ৰমিত হোৱা নাই ।

ফাৰ্মৰ মুৰ্গীৰ দেহত কৰ'ণা ভাইৰাছ পোৱা ঘটনাটো গোকাট মিছা : মধ্যপ্ৰদেশ পশুপালন বিভাগ
ফাৰ্মৰ মুৰ্গীৰ দেহত কৰ'ণা ভাইৰাছ পোৱা ঘটনাটো গোকাট মিছা : মধ্যপ্ৰদেশ পশুপালন বিভাগ

চ'ছিয়েল মিডিয়াত ভাইৰেল হোৱা অনুসৰি, ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জিলাসমূহৰ কিছু স্থান ভূপাল, গোৱালিয়ৰ, দেৱাস, ইন্দোৰ, উজ্জয়িনী,ৰতলাম,বড়নগৰ,চীহোৰ,বড়ৱানী আৰু মহুত পালট্ৰী ফাৰ্মৰ মুৰ্গীৰ স্বাস্থ্য পৰীক্ষণত সিহঁতৰ দেহত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পেলায় । এই মিছা বাতৰিৰ বিপৰীতে পশুপালন বিভাগে উক্ত স্পষ্টীকৰণ দাঙি ধৰে ।

লগতে পঢ়ক : ৰেপাৰ ট্ৰে চেভেজৰ অকাল মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.