ETV Bharat / headlines

ডিব্ৰুগড়ত কোৱাৰেন্টাইন ৰামেশ্বৰ তেলী

ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত কোৱাৰেন্টাইন হৈ আছে মন্ত্ৰীগৰাকী ।

Centra minister Rameswar Qurantime
Centra minister Rameswar Qurantime
author img

By

Published : Jun 8, 2020, 11:08 PM IST

ডিব্ৰুগড়, ৮ জুন: কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক কোৱাৰেন্টাইন । ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত কোৱাৰেন্টাইন হৈ আছে মন্ত্ৰীগৰাকী ।

সোমবাৰে দুপৰীয়া দিল্লীৰ পৰা ডিব্ৰুগড়ত আহি উপস্থিত হৈছিল মন্ত্ৰীগৰাকী । ইতিমধ্যে স্বাস্থ্য বিভাগৰ বিশেষ দলে মন্ত্ৰীগৰাকীৰ স্বাবৰ নমুনা সংগ্ৰহ কৰি ICMRলৈ পঠিয়াইছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.