ETV Bharat / entertainment

Yaariyan 2 Poster: গদৰ 2, অ’এমজি 2 ৰ পিচত এতিয়া আহি আছে ইয়াৰিয়া 2

author img

By

Published : Aug 9, 2023, 4:10 PM IST

দিব্যা খোছলা কুমাৰে ছ’চিয়েল মিডিয়াত মুকলি কৰিলে Yaariyan 2 ৰ প্ৰথমখন পোষ্টাৰ । ২০২৩ চনৰ ২০ অক্টোবৰত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে ইয়াৰিয়া ২ ।

Yaariyan 2 new poster unveils teaser to release on this date see
ইয়াৰিয়াৰ ছিকুৱেল ইয়াৰিয়া 2

চিটাৰা ডেস্ক, 9 আগষ্ট: বৰ্তমান বলীউডত চলি আছে ছিকুৱেল ছবিৰ ট্ৰেণ্ড । Gadar 2, OMG 2 ৰ পিচত এতিয়া Yaariyan 2 ছবিগৃহত মুক্তিৰ বাবে সাজু হৈছে । হয়, মুক্তিৰ তাৰিখৰ লগতে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ‘ইয়াৰিয়া ২’ৰ প্ৰথমখন পোষ্টাৰ । ‘ইয়াৰিয়া’ৰ পোষ্টাৰত দেখা গৈছে পাৰ্ল ভি পুৰিৰ সৈতে মিজান জাফ্ৰিক । পোষ্টাৰখনত দিব্য খোছলা কুমাৰে কইনাৰ সাজত দুয়োজন অভিনেতাৰ কান্ধত হাত থোৱা দেখা গৈছে ।

দিব্য খোছলা কুমাৰে শ্বেয়াৰ কৰিলে Yaariyan 2 ৰ পোষ্টাৰ !

দিব্য খোছলা কুমাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ইয়াৰিয়া ২ৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে । দিব্যাই পোষ্টাৰৰ সৈতে কেপচনত লিখিছে- ‘‘মাৰ আশীৰ্বাদত মোৰ ছবি ইয়াৰিয়া ২ৰ পোষ্টাৰখন আপোনালোক সকলোৰে সৈতে শ্বেয়াৰ কৰিছো । যাৰ পৰিচালনা কৰিছে ৰাধিকা ৰাও আৰু বিনয় সপ্ৰুৰ । আপোনালোক সকলোৰে মৰমৰ প্ৰয়োজন । কাইলৈ ​​মুক্তি পাব টিজাৰ ৷’’ দিব্য খোছলা কুমাৰ মুভিজৰ পোষ্টাৰত কইনাৰ সাজত দিব্যই চিগাৰেট খাই পোজ দিয়া দেখা গৈছে । আনফালে পাৰ্ল ভি পুৰীক খঙেৰে মীজানলৈ চাই থকা দেখা পোৱা গৈছে ।.

ইয়াৰিয়া ২ কেতিয়া মুক্তি পাব ?

কাইলৈ ​​অৰ্থাৎ ১০ আগষ্টত ছ’চিয়েল মিডিয়াত মুক্তি পাব ইয়াৰিয়া ২ ৰ টিজাৰ ভিডিঅ’ । ২০ অক্টোবৰত ছবিগৃহত মুক্তি পাব ছবিখন । উল্লেখ্য যে, প্ৰায় ৯ বছৰৰ মূৰত ডাঙৰ পৰ্দাত আহি আছে ইয়াৰিয়াৰ ছিকুৱেল । ইয়াৰিয়া ছবিখনত হিমাংশু কোহলী আৰু ৰাকুল প্ৰীত সিঙক মুখ্য চৰিত্ৰত দেখা গৈছিল । ইয়াৰিয়ানৰ প্ৰথম খণ্ডটো পৰিচালনা কৰিছিল ৰাধিকা ৰাও আৰু বিনয় সপ্ৰুৱে ।

লগতে পঢ়ক: Rajinikanth Jailer: ৰজনীকান্তৰ অনুৰাগীলৈ সুখবৰ ! বিনামূলীয়াকৈ এইসকল অনুৰাগীয়ে ছবিগৃহত উপভোগ কৰিব পাৰিব জেইলাৰ

লগতে পঢ়ক: Hansika Motwani Birthday: শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা হান্সিকাৰ বিৰুদ্ধে উত্থাপন হৈছিল কেইবাটাও অভিযোগ

লগতে পঢ়ক: Mahesh Babu Bday Spcl: মহেশ বাবুৱে নাজানে তেলেগু ! মুখস্থ কৰি কয় সংলাপ, জানক মহেশ বাবুৰ বিষয়ে কিছু নজনা কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.