ETV Bharat / entertainment

Valentine's day 2023: ভেলেন্টাইন ডে'ত নিজকে সজাই তোলক চিলভাৰ স্ক্ৰীণৰ তাৰকাৰ দৰে

author img

By

Published : Feb 13, 2023, 9:04 PM IST

ভেলেণ্টাইন ডে’ প্ৰেমিক যুগলৰ বাবে এটা অতি বিশেষ দিন । এই বিশেষ দিনটোত প্ৰেমিক-প্ৰেমিকাসকলে নিজৰ প্ৰিয়জনৰ বাবে কিবা এটা বিশেষ কৰিবৰ বাবে প্ৰয়াস কৰে । এইবাৰৰ ভেলেন্টাইন ডে'ট আপুনিও প্ৰিয়জনৰ আগত নিজকে আৰু অধিক আকৰ্ষণীয় কৰিব তুলিব বিচাৰিছে নেকি তেন্তে বলীউডৰ এইসকল অভিনেত্ৰীৰ এই ষ্টাইল অনুসৰণ কৰিব পাৰে ৷

Want to look stylish and beautiful on Valentine's day dinner date, then take inspiration from these actresses
ভেলেন্টাইন ডে'ত নিজকে সজাই তোলক চিলভাৰ স্ক্ৰীণৰ তাৰকাৰ দৰে

নিউজ ডেস্ক, 13 ফ্ৰেব্ৰুৱাৰী: প্ৰেমত পৰাসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি গুৰুত্বপূৰ্ণ (valentines day 2023 date)। আচলতে, এই মাহত প্ৰেমিক-প্ৰেমিকাসকলে ভেলেণ্টাইন উইক উদযাপন কৰে (valentines day 2023 date)। এই সপ্তাহটোৰ ভিতৰত তেওঁলোকে ইজনে সিজনৰ প্ৰতি থকা মৰম প্ৰকাশ কৰে আৰু ইয়াক প্ৰকাশ কৰিবলৈ বিভিন্ন উপায় ব্যৱহাৰ কৰে (valentines day Outfit)। ৰ'জ ডে'ৰ পৰা আৰম্ভ হোৱা এই ভেলেণ্টাইন সপ্তাহৰ অন্ত পৰিব মঙলবাৰে অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে’ৰ সৈতে (valentines day dinner date outfit)।

এনে পৰিস্থিতিত এই দিনটোক লৈ প্ৰেমিক যুগলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা যায় (valentines day 2023)। এই দিনটোত অধিকাংশ লোকেই নিজৰ সংগীৰ সৈতে ডিনাৰ ডেটলৈ যায় (Valentines Week)। যদি আপুনিও ভেলেণ্টাইন ডে’ উপলক্ষে আপোনাৰ সংগীৰ সৈতে ফুৰিবলৈ বা ডে'টলৈ যোৱাৰ পৰিকল্পনা কৰিছে আৰু এতিয়াও নিজৰ বাবে সাজ-পোছাক নিৰ্ধাৰণ কৰিব পৰা নাই, তেন্তে এই কেইগৰাকী অভিনেত্ৰীৰ আকৰ্ষণীয় ৰূপেৰে নিজকো দিয়ক এক অনন্য ৰূপ (valentines day 2023 celebs outfit ideas)।

বডিকন ড্ৰেছ এনেকুৱা এটা সাজ-পোছাক, যিটো প্ৰায় প্ৰতিটো অনুষ্ঠানৰ বাবেই Perfect বুলি প্ৰমাণিত হয় । এনে পৰিস্থিতিত যদি আপুনি ভেলেণ্টাইন ডে’ত ডিনাৰলৈ গৈ আছে তেন্তে কিয়াৰা আদৱানীৰ এই বডিকন ড্ৰেছক অনুসৰণ কৰিব পাৰে । এই গোলাপী ৰঙৰ ফুলস্লীভ আৰু ডিপনেক বডিকন ড্ৰেচৰ সৈতে হাই হিল আৰু পনিটেইল কৰি আপুনি নিজকে এটা সুন্দৰ লুক দিব পাৰে (Kiara Advani outfit) ।

এই বিশেষ দিনটোত যদি আপুনি কেজুৱেল কিবা এটা পিন্ধিব বিচাৰে তেন্তে অভিনেত্ৰী অদিতি ৰাও হাইদাৰীৰ এই সাজ-পোছাকৰ পৰা প্ৰেৰণা ল’ব পাৰে । ব্ৰেলেট টপ, পেণ্ট আৰু কোট পিন্ধি অভিনেত্ৰীগৰাকীক খুবেই সুন্দৰ দেখাইছে । এই লুকটো সম্পূৰ্ণ কৰিবলৈ তেওঁ ডিঙিত নেকপিছ আৰু চুলিখিনি খোলাকৈ ৰাখিছে । ইয়াৰ লগতে ক’লা ৰঙৰ হাই হিলে তেওঁৰ এই লুক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে (Aditi Rao Hydari Outfit) ।

থাই হাই স্লিট ড্ৰেছ সদায় পশ্চিমীয়া সাজ পৰিধানৰ এক উত্তম বিকল্প হিচাপে পৰিগণিত হৈ আহিছে । যদি আপুনি এতিয়াও আপোনাৰ সাজ-পোছাকক লৈ খেলিমেলিত পৰিছে, তেন্তে আপুনি অভিনেত্ৰী কৃতি সেননৰ এই সাজ-পোছাক অনুসৰণ কৰিব পাৰে । কফি শ্বেডৰ জিলিকি থকা গাউনত অভিনেত্ৰীগৰাকীক গোৰ্জিয়াছ দেখা গৈছে । এই লুকটো সম্পূৰ্ণ কৰিবলৈ তেওঁ হাতত বেংগল আৰু লুপ ইয়াৰৰিং পিন্ধিছে(Kriti Sanon outfit) । লগতে হাই হিলে তেওঁক আৰু অধিক ধুনীয়া কৰি তুলিছে ।

ভেলেণ্টাইন ডে’ৰ এই বিশেষ দিনটোত যদি আপুনি বেলেগ কিবা এটা ট্ৰাই কৰিব বিচাৰে তেন্তে অভিনেত্ৰী ৰাকুল প্ৰীতৰ এই ষ্টাইলটো অনুসৰণ কৰিব পাৰিব । অভিনেত্ৰীগৰাকীৰ দৰে ব্ৰেলেট টপ আৰু স্কাৰ্ট পিন্ধিব পাৰিব । লগতে এইটোক কেজুৱেল দেখাবলৈ ওপৰৰ পৰা অভিনেত্ৰীগৰাকীৰ দৰে দীঘল কোট এটা লৈ যাব পাৰে । আনহাতে, বগা ৰঙৰ হাই হিলে এই লুকটো সম্পূৰ্ণ কৰিব (Rakul Preet Singh outfit)।

লগতে পঢ়ক: Sidharth-Kiara wedding: সিদ্ধাৰ্থ-কিয়াৰাই মুম্বাইত আয়োজন কৰিছে এক বিশাল অভ্যৰ্থনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.