ETV Bharat / entertainment

HBD Sonam Kapoor: সোণম কাপুৰৰ মুঠ সম্পত্তিৰ পৰিমাণ জানিলে চকু কপালত উঠিব আপোনাৰ

author img

By

Published : Jun 9, 2023, 1:32 PM IST

চৰকাৰক সৰ্বাধিক আয়কৰ আদায় দিয়া শীৰ্ষ চেলিব্ৰিটিৰ ভিতৰত আছে সোণম কাপুৰ । জানি লওক সোণম কাপুৰৰ মুঠ সম্পত্তিৰ বিষয়ে ৷

Sonam Kapoor Birthday: Know about sonam kapoor age and net worth
সোণম কাপুৰ জন্মদিন

চিটাৰা ডেস্ক, 9 জুন: বলীউডৰ অভিনেতা অনিল কাপুৰৰ কন্যা সোণম কাপুৰৰ আজি ৩৭ সংখ্যক জন্মদিন (Happy Birthday Sonam Kapoor) ৷ গতিকে অভিনেত্ৰীগৰাকীৰ জন্মদিনত বিতংভাৱে জানো আহক অভিনেত্ৰীগৰাকীৰ মুঠ সম্পত্তিৰ বিষয়ে । ছবিত কাম কৰাৰ সমান্তৰালকৈ অভিনেত্ৰীগৰাকীয়ে ব্যৱসায়তো মনোনিৱেশ কৰে । আপুনি জানেনে বাৰু কিমান কোটি টকাৰ ধন-সম্পত্তিৰ গৰাকী সোণম ? বিলাসী বাহনৰ পৰা আৰম্ভ কৰি বিলাসী বাংলোলৈকে সোণম কাপুৰৰ ওচৰত আছে সকলো ৷

সোণমৰ মুঠ সম্পত্তি কিমান ?

সোণম কাপুৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৫ মিলিয়ন মাৰ্কিন ডলাৰ (Sonam Kapoor Net Worth) ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় 123 কোটি টকা । তেওঁৰ উপাৰ্জনৰ বেছিভাগ ধন ব্ৰেণ্ড এণ্ডাৰছমেণ্টৰ পৰাই আহে। প্ৰতিটো এণ্ডাৰছমেণ্টৰ বাবে অভিনেত্ৰীগৰাকীয়ে ১-১.৫ কোটি টকা লয় । সোণম এগৰাকী চলচ্চিত্ৰ প্ৰযোজক আৰু টেলিভিছনৰ আয়োজক । ইয়াৰ উপৰিও অভিনেত্ৰীগৰাকীয়ে ৰিয়েল এষ্টেট সম্পত্তিত যথেষ্ট বিনিয়োগ কৰিছে ৷

উল্লেখ্য যে চৰকাৰক সৰ্বাধিক আয়কৰ আদায় দিয়া শীৰ্ষ চেলিব্ৰিটিসকলৰ ভিতৰত অন্যতম হৈছে সোণম কাপুৰ (Sonam kapoor net worth 2023)। উপাৰ্জনৰ উপৰিও সোণম কাপুৰে দান-বৰঙণি আৰু সামাজিক কাম-কাজত দান দিয়াৰ পৰাও পিছুৱাই নাথাকে ।

সোণমৰ ধন-সম্পত্তি কিমান ?

সোণমৰ বাংলোৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীয়ে ২০১৪ চনত এটা বিলাসী বাংলো ক্ৰয় কৰিছিল, যাৰ মূল্য ২৪.৬ কোটি বুলি কোৱা হৈছে। এই সম্পত্তিৰ বহু ছবি ছ’চিয়েল মিডিয়াতো দেখা যায় ।

বিলাসী বাহনৰ গৰাকী সোণম

সোণম কাপুৰৰ ঘৰত আছে বিশ্বৰ কেইখনমান শ্ৰেষ্ঠ বিলাসী বাহন । অভিনেত্ৰীগৰাকীৰ বাহনৰ ভিতৰত আছে মিনি কুপাৰ, মাৰ্চিডিজ বেঞ্জ আৰু অ’ডি ।

উল্লেখনীয় যে, সোণম কাপুৰ সেই বলীউডৰ অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী, যিসকলক অতি বল্ড আৰু ষ্টাইলিছ বুলি গণ্য কৰা হয় । অভিনেত্ৰীগৰাকীয়ে ৰণবীৰ কাপুৰৰ সৈতে ‘সাৱৰিয়া’ ছবিখনত আত্মপ্ৰকাশ কৰিছিল (Sonam Kapoor Career) ৷ এই ছবিখনত সোণমৰ সৌন্দৰ্যক পছন্দ কৰিছিল দৰ্শকে ৷ ইয়াৰ পিচত অভিনেত্ৰীগৰাকীয়ে ‘নীৰ্জা’, ‘বীৰে দি ৱেডিং’ আদি বহু ছবিত অভিনয় কৰিছিল ।

লগতে পঢ়ক : HBD Dimple Kapadia: বিবাহৰ পিচত ছবিজগত ত্যাগ কৰা ডিম্পল কাপাড়িয়া পুনৰ কেনেকৈ উভতিল ছবিজগতত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.