ETV Bharat / entertainment

Saharasri: সুব্ৰত ৰায়ৰ ওপৰত নিৰ্মাণ হ’ব জীৱনীমূলক ছবি ছাহাৰাশ্ৰী, পোহৰলৈ আহিব বহু গোপন কথা

author img

By

Published : Jun 10, 2023, 4:41 PM IST

ছাহাৰা ইণ্ডিয়া পৰিয়ালৰ স্বত্বাধিকাৰী তথা বিতৰ্কিত ব্যৱসায়ী সুব্ৰত ৰায়ক লৈ নিৰ্মাণ কৰা হ’ব তেওঁৰ বায়’পিক ‘ছাহাৰাশ্ৰী’। কিন্তু কোনে নিৰ্মাণ কৰিবলৈ ওলাইছে এই ছবিখন । সম্পূৰ্ণ খবৰ পঢ়ক...

Sahara's Subrata Roy Biopic saharasri announecd by the kerala Story's director Sudipto Sen
ছাহাৰাৰ স্বত্বাধিকাৰী সুব্ৰত ৰায়ৰ ওপৰত নিৰ্মাণ হ’ব জীৱনীমূলক ছবি ছাহাৰাশ্ৰী, পোহৰলৈ আহিব বিজনেছ টাইকুনৰ বহু গোপন কথা

চিটাৰা ডেস্ক, 10 জুন: আকৌ এবাৰ আৰম্ভ হৈছে বলীউডত বায়’পিকৰ যুগ । শচীন টেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীকে ধৰি বহু বিখ্যাত ব্যক্তিত্বৰ ওপৰত বায়’পিক নিৰ্মাণ কৰাৰ পিছত এতিয়া ছাহাৰা ইণ্ডিয়াই পৰিয়ালৰ মালিক তথা বিতৰ্কিত ব্যৱসায়ী সুব্ৰত ৰায়ৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰিবলৈ ওলাইছে । একে সময়তে আন এজন তাৰকা ক্ৰিকেটাৰ সৌৰভ গাংগুলীৰ বায়’পিক সন্দৰ্ভতো আলোচনা চলি আছে । ইয়াৰ পূৰ্বে শ্বেয়াৰ বজাৰৰ কথা জানি হৰ্ষদ মেহতাৰ ওপৰত এখন ছবি নিৰ্মাণ কৰা হৈছিল । মনোৰঞ্জন, ক্ৰীড়া আৰু এতিয়া ব্যৱসায়িক খণ্ডৰ বিখ্যাত ব্যক্তিসকলৰ ওপৰত বায়’পিক নিৰ্মাণৰ কাম আৰম্ভ হৈছে সেইবোৰ বিচাৰি উলিয়াই (Saharasri)।

এতিয়া ছাহাৰাৰ মালিক সুব্ৰত ৰায়ৰ ওপৰত নিৰ্মাণ হ’বলগীয়া এই বায়’পিকখনৰ নাম ‘ছাহাৰাশ্ৰী’। আচৰিত কথাটো হ’ল যে এই বায়’পিকখন আন কোনোৱেই নিৰ্মাণ কৰিবলৈ অইন কোনো নহয় বিতৰ্কিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ পৰিচালক সুদীপ্ত সেনে । উল্লেখ্য, ১০ জুনত, সুব্ৰত ৰায়ৰ ৭৫ সংখ্যক জন্মদিনত তেওঁৰ বায়’পিক ঘোষণা কৰা হৈছে ।

  • Embarking on a voyage of the unusual enigma of SAHARASRI Subrata Roy. A fascinating ride through the troughs and crests of his journey, called life. Keep your eyes peeled as this tale of resilience and triumph to reveals what is unspoken, unheard & unfathomed! pic.twitter.com/rJeIstqitJ

    — Sudipto SEN (@sudiptoSENtlm) June 10, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

সুদীপ্ত সেনে এই সন্দৰ্ভত টুইটযোগে তথ্য প্ৰদান কৰে । এই ছবিখনত সুব্ৰত ৰায়ৰ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ এজন শীৰ্ষ অভিনেতাই । কোৱা হৈছে যে অতি শীঘ্ৰে এই অভিনেতাৰ নাম প্ৰকাশ পাব । সংগীত পৰিচালনা কৰিব পদ্মভূষণ এ আৰ ৰহমানে এই ছবিখনত সংগীত দিব প্ৰবীণ গীতিকাৰ গুলজাৰে ।

লিজেণ্ড ষ্টুডিঅ’ আৰু ড৹ জয়ন্তীলাল গাড্ডাৰ পেন ষ্টুডিঅ’ৰ দ্বাৰা প্ৰযোজনা হ’ব এই ছাহাৰাশ্ৰী নামক বায়’পিক । সন্দীপ সিং আৰু ছেম খানে এই ছবিখন প্ৰযোজনা কৰিব আৰু এই বায়’পিকখনৰ কাহিনী হৈছে ঋষি বৰ্মানীৰ (Subrata Roy Biopic Saharasri)।

কেতিয়া আৰম্ভ হ’ব ছবি নিৰ্মাণৰ কাম ?

সুব্ৰত ৰায়ৰ ওপৰত নিৰ্মিত বায়’পিক ‘ছাহাৰাশ্ৰী’ৰ শ্বুটিং অহা বছৰৰ ভিতৰত আৰম্ভ হ’ব (The Kerala story director)। এই ছবিখনৰ শ্বুটিং মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, বিহাৰ, কলকাতা আৰু লণ্ডনত কৰা হ’ব । বায়’পিক ছাহাৰাশ্ৰী ৬টা ভাষাত (হিন্দী, তামিল, তেলেগু, বাংলা, কানাড়া আৰু মালয়ালম) মুক্তি লাভ কৰিব (the kerala story director biopic)।

সুব্ৰত ৰায়ৰ চৰিত্ৰত পৰিচালক সুদীপ্ত সেনে কাক বাচনি কৰিব সেই বিষয়ে তেওঁ ক’ব বিচৰা নাছিল অৱশ্যে তেওঁ কয়, "এই মুহূৰ্তত মোৰ মনত কোনো অভিনেতা নাই । কিন্তু বহু লোকৰ সৈতে কথা পাতিছো । বাকী খবৰবোৰ অতি সোনকালে দিব পাৰিম ।"

লগতে পঢ়ক: EXCLUSIVE INTERVIEW: ৰাজা পৃথু ৰায়ৰ ওপৰত নিৰ্মাণ হ’বলগীয়া মোৰ ছবিখনত শ্বাহিদ কাপুৰে অভিনয় কৰাটো বিচাৰিম: শৈলেন্দৰ ব্যাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.