ETV Bharat / entertainment

Mothers Day special: প্ৰথমবাৰৰ বাবে মাতৃত্বৰ সুখ অনুভৱ কৰা বলীউডৰ অভিনেত্ৰীসকলক চাও আহক

author img

By

Published : May 14, 2023, 2:06 PM IST

আজি বিশ্বই উদযাপন কৰিছে মাতৃ দিৱস ৷ ইফালে বহু অভিনেত্ৰী শেহতীয়াকৈ মাতৃ হোৱাৰ সুখ লাভ কৰিছে ৷ গতিকে প্ৰথমবাৰৰ বাবে মাতৃ দিৱস উদযাপন কৰিবলগীয়া অভিনেত্ৰীসকলৰ তালিকা আগবঢ়োৱা হ’ল।

Mother's Day special: Check out Bollywood actors embracing motherhood for the first time
মাতৃ দিৱস

চিটাৰা ডেস্ক, 14 মে’: আজি মাতৃ দিৱস (Mothers Day special) ৷ এগৰাগী মাতৃৰ বাবে নিজৰ সন্তানৰ প্ৰতি কৰা ত্যাগ, অৱদান, মৰমৰ কোনো বিশেষ দিনৰ প্ৰয়োজন নাই যদিও মাতৃৰ বিশাল আৰু নিস্বাৰ্থ অৱদানক সন্মান জনোৱাৰ বাবে এই দিনটো মাতৃৰ নামত উৎসৰ্গা কৰা হয় ৷ ইফালে বহু জনপ্ৰিয় অভিনেত্ৰী শেহতীয়াকৈ মাতৃ হৈছে ৷ অভিনয় জগতৰ লগতে মাতৃৰ হোৱাৰ সুখো উপভোগ কৰিছে এইসকল অভিনেত্ৰীয়ে (Bollywood actors embracing motherhood)।

আহক জানো বলীউডৰ নতুন মাতৃসকলৰ বিষয়ে কিছু কথা

১/ গৌহাৰ খান

বিগ বছ ৭ ৰ বিজয়ী গৌহাৰ খান বি-টাউনৰ নতুন মাতৃ (Gauahar khan) ৷ ১০ মে’ত গৌহাৰ আৰু তেওঁৰ স্বামী জাইদ দৰবাৰ এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছিল । ছ’চিয়েল মিডিয়াত এটা পোষ্ট যোগে এই কথা শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে (Bollywood actors celebrating mothers day) ৷

২/ বিপাশা বসু

বিপাশা আৰু তেওঁৰ স্বামী কৰণ সিং গ্ৰ’ভাৰে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনায় (Bipasha Basu) ৷ যোৱা বছৰৰ ১২ নৱেম্বৰত, বিবাহৰ ছয় বছৰৰ পাচত পিতৃ-মাতৃ হয় দুয়ো । কন্যাৰ নাম ঘোষণা কৰি অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল, "১২.১১.২০২২ । দেৱী বসু সিং গ্ৰভাৰ । মাৰ প্ৰতি আমাৰ প্ৰেম আৰু তাই ঐশ্বৰিক।"

৩/ সোণম কাপুৰ

২০২২ চনৰ মাৰ্চ মাহত সোণমে অন্তঃসত্বা হোৱাৰ খবৰ ৰাজহুৱা কৰিছিল (Sonam Kapoor)। ২০ আগষ্টত এই দম্পতীয়ে প্ৰথম সন্তানক বিশ্বলৈ আদৰণি জনায় আনন্দ আৰু সোণমে । তেওঁলোকৰ পুত্ৰক বায়ু কাপুৰ আহুজা নাম দিয়া হৈছিল । নীৰজাৰ অভিনেত্ৰীগৰাকীয়ে সঘনাই নিজৰ ছ’চিয়েল মিডিয়াত নিজৰ পুত্ৰৰ আদৰণীয় ছবি শ্বেয়াৰ কৰে ।

৪/ কাজল আগৰৱাল

কাজল আগৰৱাল আৰু তেওঁৰ স্বামী গৌতমে ২০২২ চনৰ ১৯ এপ্ৰিলত পিতৃ-মাতৃ হয় (Kajal Aggarwal) ৷ পুত্ৰ সন্তানটিৰ নাম নীল কিচলুক । অভিনেত্ৰীগৰাকীয়ে সাধাৰণতে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেলত পুত্ৰৰ ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰা দেখা পোৱা যায় ।

৫) আলিয়া ভাট

অভিনেত্ৰী আলিয়া ভাটে এইবাৰ প্ৰথম মাতৃ দিৱস উদযাপন কৰিব (Alia bhatt) । যোৱা বছৰৰ নৱেম্বৰ মাহত আলিয়া আৰু তেওঁৰ স্বামী ৰণবীৰ কাপুৰ এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হৈছিল । কন্যা সন্তানটিৰ নাম ৰাহা ৷ আলিয়াই এটা পোষ্টৰ জৰিয়তে কয়, "আৰু আমাৰ জীৱনৰ আটাইতকৈ ভাল খবৰ, আমাৰ সন্তান আমাৰ মাজত আহিল আৰু তাই কি যাদুকৰী কন্যা । ধন্য আৰু আৱেগিক পিতৃ-মাতৃ ! লাভ লাভ লাভ লাভ আলিয়া আৰু ৰণবীৰ।" (ANI)

লগতে পঢ়ক: Parineeti Raghav got engaged : পৰিণীতিৰ গালত ৰাঘৱৰ চুমা, ছ’চিয়েল মিডিয়াত ভাইৰেল এংগেজমেণ্টৰ ভিডিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.