চিটাৰা ডেস্ক, 7 ছেপ্টম্বৰ : দূৰদৰ্শন শ্ৰীনগৰৰ সাংস্কৃতিক অনুষ্ঠানৰ অন্তত কংগ্ৰেছ নেতা তথা সাংসদ শশী থাৰুৰক সংসদীয় তথ্য প্ৰযুক্তিৰ স্থায়ী সমিতিৰ বাবে এটা হিন্দী গীত গোৱাৰ বাবে অনুৰোধ জনোৱা হৈছিল । শশী থাৰুৰ কণ্ঠত নিগৰিছিল এক আজনাবি হাছিনা ছে ইউ মুলাকাত হো গয়ি গীতটো । উপস্থিত সকলোৱে থাৰুৰৰ গান শুনি আপ্লুত হৈছিল । তেওঁৰ এই ভিডিঅ’টো এতিয়া ভাইৰেল হৈ পৰিছে ।
শশী থাৰুৰে তেওঁৰ টুইটাৰত লিখিছে (Shashi Tharoor Twitter), "দূৰদৰ্শন শ্ৰীনগৰৰ তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ বাবে সাংস্কৃতিক কাৰ্যসূচীৰ অন্তত মই উপস্থিত সদস্যসকলৰ বাবে গান গোৱাৰ বাবে প্ৰেৰিত হৈছিলো । অপেচাদাৰী আৰু অভ্যাসহীন হ'লেও উপভোগ কৰক!''
-
After the cultural programme by Doordarshan Srinagar for the Parliamentary Standing Committee on Information Technology, I was persuaded to sing for the Members. Unrehearsed and amateur but do enjoy! pic.twitter.com/QDT4dwC6or
— Shashi Tharoor (@ShashiTharoor) September 6, 2021 " class="align-text-top noRightClick twitterSection" data="
">After the cultural programme by Doordarshan Srinagar for the Parliamentary Standing Committee on Information Technology, I was persuaded to sing for the Members. Unrehearsed and amateur but do enjoy! pic.twitter.com/QDT4dwC6or
— Shashi Tharoor (@ShashiTharoor) September 6, 2021After the cultural programme by Doordarshan Srinagar for the Parliamentary Standing Committee on Information Technology, I was persuaded to sing for the Members. Unrehearsed and amateur but do enjoy! pic.twitter.com/QDT4dwC6or
— Shashi Tharoor (@ShashiTharoor) September 6, 2021
শশী থাৰুৰে নিজৰ ছ’চিয়েল মিডিয়াত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে আৰু কমেণ্টেৰে উপচি পৰিছে তেওঁৰ টুইটাৰ (Shashi Tharoor viral video) । থাৰুৰৰ পোষ্টটোত এটা মন্তব্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, সেইটো হ’ল বিখ্যাত গীতিকাৰ চেলিম জাভেদৰ মন্তব্য । তেওঁ কয়, "বাহ, হিন্দীতো এনেকুৱা এটা গান আছে !!!"
লগতে পঢ়ক : Radhika Apte Birthday : শ্বাহিদ কাপুৰৰ সৈতে বলীউডত খোজ দিছিল ৰাধিকা আপ্তেয়ে