ETV Bharat / entertainment

RD Burman 84th Birth Anniversary: আৰ ডি বৰ্মনৰ সেই গীতবোৰ, যিসমূহ আজিও জনপ্ৰিয় অনুৰাগীৰ মাজত - RD Burman Asha Bhosle bengali songs free download

অ’ হাছিনা জুলফন ৱালি জানে জাহান ছে মেৰী প্যায়াৰী বিন্দুৰ দৰে ক্লাছিক ছবিত খলকনিৰ সৃষ্টি কৰা পঞ্চম দাই গুলজাৰ কিশোৰ কুমাৰৰ দৰে ব্যক্তিৰ সৈতে একলগ হৈ প্ৰতিটো আমেজৰ হিচাপত গীতৰ সৃষ্টি কৰিছিল । এতিয়াও মানুহে এই গীতসমূহ খুবেই পচন্দ কৰে । আৰ ডি বৰ্মন সেয়ে জন্মবাৰ্ষিকী তেওঁৰ কিছুমান ছুপাৰ হিট গীত শুনি তেওঁক স্মৰণ কৰো আহক ৷

Bollywood hits celebrating RD Burman on his 84th birth anniversary
আৰ ডি বৰ্মনৰ সেই গীতবোৰ, যিসমূহ আজিও জনপ্ৰিয় অনুৰাগীৰ মাজত
author img

By

Published : Jun 27, 2023, 11:39 AM IST

Updated : Jun 27, 2023, 12:09 PM IST

চিটাৰা ডেস্ক, 27 জুন: ৬০ৰ পৰা ৮০ৰ দশকত বহুতো ছুপাৰহিট গীত উপহাৰ দিছিল আৰ ডি বৰ্মনে । বলীউড জগতত তেওঁক সকলোৱে মৰমেৰে পঞ্চম দা বুলি অভিহিত কৰিছিল ৷ তেওঁৰ সম্পূৰ্ণ নাম আছিল ৰাহুল দেৱ বৰ্মন ।

আৰ ডি বৰ্মন সংগীতৰ বাবে যিমানেই বিখ্যাত আছিল, কণ্ঠস্বৰৰ বাবেও তেওঁ সমানেই পৰিচিত আছিল । আজি ২৭ জুন অৰ্থাৎ তেওঁৰ পঞ্চম দাৰ ৮৪ সংখ্যক জন্ম বাৰ্ষিকী । সেয়ে তেওঁক স্মৰণ কৰাৰ উদ্দেশ্যে আমি আপোনালোকৰ বাবে লৈ আহিছো তেওঁৰ কিছুমান ছুপাৰহিট গীত, যাক শুনি আপোনালোকেও সেই সোণোৱালী অতীতলৈ আকৌ ঘূৰি যাব পাৰিব ।

ন বছৰ বয়সত প্ৰথম গীতটো ৰচনা কৰিছিল

১৯৩৯ চনৰ ২৭ জুনত কলকাতাত জন্মগ্ৰহণ কৰিছিল আৰ ডি বৰ্মনে । একেৰাহে তিনিটা দশক হিন্দী চিনেমাত আধিপত্য বিস্তাৰ কৰা আৰ ডি বৰ্মনে ৩৩১খন ছবিত নিজৰ সংগীতেৰে সজাই তুলিছিল । আৰ ডি বৰ্মনৰ পিতৃ শচীন দেৱ বৰ্মন আছিল বলীউডৰ অন্যতম মহান সংগীত সুৰকাৰ । সৰুৰে পৰা আৰ ডি বৰ্মনৰ সংগীতৰ প্ৰতি বৰ আকৰ্ষণ আছিল । পঞ্চম দাৰ বয়স যেতিয়া মাত্ৰ ন বছৰ আছিল, তেতিয়া তেওঁ প্ৰথমটো গীত ৰচনা কৰিছিল । তেওঁ ৰচনা কৰিছিল ‘এ মেৰি টপি পলাত কে আ ।’

প্যাৰ হামে কিচ মৌড় পে লে আয়া (Pyaar Hame Kis Mod Pe Le Aaya)

সত্তে পে সত্তা চিনেমাৰ ‘প্যাৰ হামে কিচ মৌৰ পে লে আয়া’ গীতটি কণ্ঠদান কৰিছে সপন চক্ৰৱৰ্তী আৰু কিশোৰ কুমাৰে । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমিতাভ বচ্চন, হেমা মালিনী, আমজাদ খান, শক্তি কাপুৰ, শচীন তথ্য অন্যান্য ।

  • " class="align-text-top noRightClick twitterSection" data="">

'ৰিমঝিম গিৰে সাৱন'(Rimjhim Gire Sawan)

১৯৭৯ চনত মুক্তি পোৱা মনজিল ছবিৰ ‘ৰিমঝিম গিৰে সোৱান’ গীতটো আজিও ৰাইজৰ অন্যতম প্ৰিয় গীত । এই গীতটো অমিতাভ বচ্চন আৰু মৌচুমী চেটাৰ্জীৰ ওপৰত প্ৰস্তুত কৰা হৈছে । এই গীতটি কন্ঠদান কৰিছিল কিশোৰ কুমাৰে ।

অ’ মেৰে দিল কে চেইন(O Mere Dil Ke Chain)

মেৰে জীৱন সাথী চিনেমাৰ ‘অ মেৰে দিল কে চেইন’ গীতটোৱে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল । এই গীতটো আজিও সিমানেই জনপ্ৰিয় । এই গীতটিত কণ্ঠদান কৰিছিল কিশোৰ কুমাৰ আৰু লতা মংগেশকাৰে ।

তুম ক্যা জানো মহোব্বত ক্যা হ্যে (Tum Kya Jano Mohabbat Kya Hai)

হাম কিছি সে কম নেহি চিনেমাৰ ‘তুম ক্যা জানো মহব্বত ক্যা হ্যে’ গীতটিত কণ্ঠদান কৰিছিল আৰ ডি বৰ্মনে লগতে ইয়াত সংগীতো দিছিল ।

তুম আ গয়ে হ্যো নুৰ আ গয়া হ্যো (Tum Aa Gaye Ho Noor Aa Gaya)

‘আন্ধি’ ছবিৰ এই গীতটিত কণ্ঠদান একেলগে কৰিছিল কিশোৰ কুমাৰ, লতা মংগেশকাৰ আৰু আৰ ডি বৰ্মনে । ইয়াৰ সংগীতো দিছে আৰ ডি বৰ্মনে ।

Last Updated : Jun 27, 2023, 12:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.