ETV Bharat / elections

নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ ষ্ট্ৰং ৰুমলৈ ইভিএম

author img

By

Published : Apr 11, 2019, 9:25 PM IST

কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিত সম্পন্ন ভোটদান ৷ ইতিমধ্যে নিৰ্বাচনী বিষয়াই ষ্ট্ৰং ৰুমলৈ লৈ আনিছে ইভিএমসমূহ ৷

কলিয়াবৰ লোকসভা সমষ্টি

নগাঁও, 11 এপ্ৰিলঃ নগাঁৱত ইভিএমত বন্দী হ'ল সাতগৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিত ইতিমধ্যে সম্পন্ন হৈছে ভোটদান প্ৰক্ৰিয়া ৷ জিলা উপায়ুক্তই প্ৰকাশ কৰিছে এই তথ্য ৷ নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ পৰা এই প্ৰতিবেদন প্ৰেৰণ কৰিছে স্থানীয় সাংবাদিক ৰকিবুল ৱাহিদে ৷

কলিয়াবৰ লোকসভা সমষ্টি

ইতিমধ্যে ইভিএমসমূহ লৈ নিৰ্ধাৰিত স্থানত আহি উপস্থিত হৈছে নিৰ্বাচনী বিষয়াসকল ৷ নগাওঁ মহকুমাৰ অধীনৰ চাৰিটাকৈ বিধানসভা সমষ্টিৰ ই ভি এম নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।

কলিয়াবৰ লোকসভা সমষ্টি

বিদ্যালয়খনৰ চাৰিটা কোঠাত তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী তথা 24 ঘন্টাই চিচিটিভিৰ নিৰীক্ষণত থাকিব ইভিএমসমূহ ৷ চি আৰ পি এফে ষ্ট্ৰং ৰুমৰ নিৰাপত্তাত থকাৰ লগতে বাহিৰত নিৰাপত্তাত থাকিব অসম আৰক্ষীৰ দল ৷ বৰ্তমানলৈকে সমষ্টিটোত 70-75 শতাংশ ভোটদান সম্পন্ন হোৱা বুলি প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷ আনহাতে কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত এতিয়াও অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া ৷ সামগ্ৰিকভাৱে কলিয়াবৰ লোকসভা সমষ্টিত ভোটদানৰ শতাংশ আৰু অধিক বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷

Intro:ই ভি এম ত বন্দী কলিয়াবৰৰ সাতগৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য।

Body:ই ভি এমত বন্দী হল কলিয়াবৰ লোকসভা সমষ্টিৰ সাতগৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য। ষ্ট্ৰং ৰুমত জমা হৈছে। নগাওঁ মহকুমাৰ অধীনৰ চাৰিটাকৈ বিধানসভা সমষ্টিৰ ই ভি এম নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে।
dc bite extra আছে।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.