ETV Bharat / elections

ধিঙত  ৮৭ শতাংশ মতদান

author img

By

Published : Apr 11, 2019, 9:32 PM IST

পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয়

কলিয়াবৰৰ ধিং বিধান সভা সমষ্টিত ৮৭ শতাংশ ভোট গ্ৰহণ

কলিয়াবৰ,১১ এপ্ৰিলঃ কলিয়াবৰ লোকসভা সমষ্টি এলেকাৰ ধিং সমষ্টিত বৃহস্পতিবাৰে পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন হয় । বিভিন্ন কেন্দ্ৰৰ পৰা পোৱা তথ্য মতে সন্ধিয়া ৫ বজালৈকে ধিং সমষ্টিত সৰ্বমুঠ ভোটদানৰ হাৰ ৮৭ শতাংশ ।

কলিয়াবৰৰ ধিং বিধান সভা সমষ্টিত ৮৭ শতাংশ ভোট গ্ৰহণ

উল্লেখ্য যে, যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ধিং সমষ্টিত ৭৯ শতাংশ ভোটদান হৈছিল যদিও এইবাৰ তাতকৈ ৮ শতাংশ বেছি ভোট গ্ৰহণ হয় সমষ্টিটোত ।উল্লেখ্য যে , ৯৭ শতাংশ সংখ্যালঘু অধ্যুষিত ধিং সমষ্টিৰ ভোটাৰ সকল পুৱাৰ পৰাই ভোটদান কৰিবলৈ ভিৰ কৰেহি ভোটকেন্দ্ৰসমূহত ।

Intro:কলিয়াবৰ লোক সভা সমষ্টিৰ এলেকাৰ ধিং সমষ্টিত ৮৮ শতাংশ ভোট গ্ৰহণ শান্তিপূৰ্ণ ভোটদান প্ৰক্ৰিয়াBody:কলিয়াবৰ লোক সভা সমষ্টিৰ এলেকাৰ ধিং সমষ্টিত আজি পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণ বাবে সম্পন্ন হয়। 5 বজালৈকে বিভিন্ন কেন্দ্ৰৰ পৰা পোৱা তথ্য মতে সৰ্বমুঠ ৮৮ শতাংশ ভোটদান হয়। ধিং সমষ্টিৰ মৈৰাবাৰী বেছামাৰী লালিপথাৰ হাঁহচৰা অঞ্চলকে ধৰি চৰ-চাপৰিত বিভিন্ন ভোট কেন্দ্ৰৰ তথ্য অনুসৰি ৮৮ শতাংশ ভোটদান কৰাত এক সুফল বুলি বিভিন্নজনে মন্তব্য কৰিছে উল্লেখ্য যে যোৱা 2014 চনৰ লোকসভা নিৰ্বাচনৰ ধিং সমষ্টিত ৭৯ শতাংশ ভোটদান হৈছিল যদিও এইবাৰ 9 শতাংশ ভোট ধিং সমষ্টিত বেছি ভোট গ্ৰহণ হয়। ৯৭ শতাংশ সংখ্যালঘু অধ্যষিত ধিং সমষ্টিৰ ভোটাৰ সকল পোৱাৰ পৰাই ভোটদান কৰিবলৈ কেন্দ্ৰত ভীৰ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.