ETV Bharat / elections

পশ্চিমবংগৰ ষ্টাৰ কেম্পেইনাৰেৰে তৃণমূল কংগ্ৰেছৰ অসম দখলৰ স্বপ্ন

author img

By

Published : Apr 19, 2019, 11:05 PM IST

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলীত অংশগ্ৰহণ কৰে পশ্চিমবংগৰ অভিনেত্ৰী নুস্ৰোত জাহান, ৰুণা খাতুন আৰু ৰাজ্য সভাৰ সাংসদ শান্তনু সেনে

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলী

ধুবুৰী,১৯ এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন । ২৩ এপ্ৰিলত কোকৰাঝাৰ,গুৱাহাটী,বৰপেটা আৰু ধুবুৰীত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলাবলৈ শুকুৰবাৰে ধুবুৰীত উপস্থিত হয় পশ্চিমবংগৰ অভিনেত্ৰী নুস্ৰোত জাহান, ৰুণা খাতুন আৰু ৰাজ্য সভাৰ সাংসদ শান্তনু সেন । তৃণমূল কংগ্ৰেছৰ এই তিনিওগৰাকী হাই-প্ৰফাইল কেম্পেইনাৰে ধুবুৰীত উপস্থিত হৈ তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলীত অংশগ্ৰহণ কৰে । ধুবুৰী সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অভিনেত্ৰী আৰু সাংসদগৰাকীয়ে । এই বৰ্ষৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে পশ্চিমবংগৰ ৪২খন আসনৰ আটাইকেইখন আসন লাভ কৰাৰ বিপৰীতে অসমতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে সাংসদ শান্তনু সেনে ।

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলী

আনহাতে, বাংলা ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰি জনসাধৰণৰ লগত সদায় তৃণমূল কংগ্ৰেছ থাকিব বুলি মত প্ৰকাশ কৰে । তাৎপৰ্যপূৰ্ণ ভাৱে, নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নুস্ৰোত জাহানে অসমৰ মূল সমস্যা এন.আৰ.চি.বুলিও অভিহিত কৰে ।

Intro: ধুবুৰীত তৃণমূল কংগ্ৰেছৰ ৰেলিত অভিনেত্ৰী। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন লৈ মাজত মাথো দুটা দিন বাকী থকা সময়ত ধুবুৰীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰেলি। ৰেলিত অংশ ললে পশ্চিমবঙ্গৰ বাংলা চিনেমাৰ অভিনেত্ৰী নুস্ৰোত জাহান, ৰুণা খাতুন আৰু ৰাজ্য সভাৰ সাংসদ শান্তনু সেন।

Body: হয়, প্ৰথম আৰু দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতেই তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন লৈ ব্যস্ত ৰাজনৈতিক দল সমুহ। তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচনলৈ মাজত মাথো দুটা দিন বাকী থকা সময়ত ধুবুৰীত তৃণমূল কংগ্ৰেছৰ নিৰ্বাচনী ৰেলি। ৰেলিত অংশ ললে পশ্চিমবঙ্গৰ বাংলা চিনেমাৰ অভিনেত্ৰী নুস্ৰোত জাহান, ৰুণা খাতুন আৰু ৰাজ্য সভাৰ সাংসদ শান্তনু সেন। আজি হেলিকপ্টাৰ যোগে পশ্চিম বংগৰ পৰা ধুবুৰীত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ সাংসদ সহ দুই অভিনেত্ৰী। ধুবুৰী সমষ্টিৰ দলীয় প্ৰাৰ্থী নুৰল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত উপস্থিত হৈ দলীয় প্ৰাৰ্থী নুৰল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। ধুবুৰী চহৰত এইদৰে ৰেলি কৰি নিৰ্বাচনী প্ৰচায় তৃণমূল কংগ্ৰেছে। এইবেলি তৃণমূল কংগ্ৰেছে পশ্চিম বংগৰ ৪২ টা আসনৰ আটাইকেইটা দখল কৰাৰ বিপৰীতে অসমতো এইবেলি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হব বুলি উল্লেখ কৰি অসমৰ ৰাইজৰ সৈতে তৃণমূল কংগ্ৰেছ সদায় আছে বুলি উল্লেখ কৰে সাংসদ শান্তনু সেনে। লগতে কংগ্ৰেছ বিজেপিক সমালোচনা কৰে সাংসদ গৰাকীয়ে।
Byte:- (806)
ইপিনে ধুবুৰীৰ দলীয় প্ৰাৰ্থী নুৰল ইছলাম চৌধুৰীয়ে এইবেলি বিজয় সাব্যস্ত কৰিব বুলি দাবী কৰি আজমল আৰু জাবেদ ইছলাম ফেক্টৰ নহব বুলি উল্লেখ কৰে।
Byte:- (807)

ইপিনে বাংলা চিনেমাৰ অভিনেত্ৰী তথা পশ্চিম বংগৰ বশীৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী নুস্ৰোত জাহানৰ জয় নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে পশ্চিম বংগৰ ৪২ টা আসন তৃণমূলে লাভ কৰাৰ বিপৰীতে পশ্চিম বংগ মা মাটি মানুহৰ ঘটি বুলি উল্লেখ কৰে।

Byte:- (808)

Conclusion: উল্লেখযোগ্য যে, তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা আজি ধুবুৰী সমষ্টিৰ গোলকগঞ্জ আৰু ধুবুৰী সমষ্টিৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱা হয়।।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.