গুৱাহাটী,২৩ এপ্ৰিলঃ ৰাজ্যৰ কোকৰাঝাৰ,ধুবুৰী,বৰপেটাৰ সমান্তৰালকৈ গুৱাহাটী সমষ্টিতো আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । গুৱাহাটী সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই নিৰ্বাচনী প্ৰক্ৰিয়াত ৰাইজৰ ভিৰ দেখিবলৈ পোৱা যায় । ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ লগতে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ মডেল ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হোৱা এই নিৰ্বাচনী প্ৰক্ৰিয়াত পুৰুষৰ তুলনাত মহিলাৰ অধিক সঁহাৰি দেখিবলৈ পোৱা যায় ।
গুৱাহাটীত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া
গুৱাহাটীত আৰম্ভ হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন, এই ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভিৰ কৰে সমষ্টিটোৰ ৰাইজে
গুৱাহাটীত আৰম্ভ ভোটগ্ৰহণ প্ৰক্ৰিয়া
গুৱাহাটী,২৩ এপ্ৰিলঃ ৰাজ্যৰ কোকৰাঝাৰ,ধুবুৰী,বৰপেটাৰ সমান্তৰালকৈ গুৱাহাটী সমষ্টিতো আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । গুৱাহাটী সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই নিৰ্বাচনী প্ৰক্ৰিয়াত ৰাইজৰ ভিৰ দেখিবলৈ পোৱা যায় । ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ লগতে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ মডেল ভোটগ্ৰহণ কেন্দ্ৰত আৰম্ভ হোৱা এই নিৰ্বাচনী প্ৰক্ৰিয়াত পুৰুষৰ তুলনাত মহিলাৰ অধিক সঁহাৰি দেখিবলৈ পোৱা যায় ।
Intro:গুৱাহাটী লোকসভা সমষ্টিৰ বাবে পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ। দীঘলীয়া শাৰী পাতি ভোটদানৰ বাবে ৰাইজৰ ভিৰ।
Body:আজি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৰাতিপুৱা ৭ বজাৰ পৰা আৰম্ভ হয়। ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ৰাইজে দীঘলীয়া শাৰী পাতি নিজৰ ভোট অধিকাৰ সাব্যস্ত কৰে। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ মডেল ভোট কেন্দ্ৰত দেখা যায় ৰাইজৰ ভিৰ। মহিলাৰ দ্বাৰা পৰিচালিত এই ভোট কেন্দ্ৰত পুৰুষৰ তুকনাত মহিলাৰ সঁহাৰি অধিক দেখিবলৈ পোৱা যায়। ৰাইজে বিবেক ভোট প্ৰদান কৰি দেশক সবল নেতৃত্ব দিব পৰা এজন সাংসদ নিৰ্বাচনৰ হকে ভোটদান কৰে।
বাইট : ভোটদাঁত ৰাইজ
Conclusion:গুৱাহাটী লোকসভাত এইবাৰ ১৭ গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰ সকলে। গুৱাহাটীত মূল যুজঁ কংগ্ৰেছৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু বিজেপিৰ প্ৰাৰ্থী কুইন ওঝাৰ মাজত হ'ব।