ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন

ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন
author img

By

Published : Apr 19, 2019, 5:48 PM IST

কামৰূপ,19 এপ্ৰিল : ৰাজ্যত অন্ত পৰিল প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ পুনৰ 23 এপ্ৰিলত ৰাজ্যৰ ধুবুৰী,কোকৰাঝাৰ,বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । ৮৮৬ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যেই সাজু হৈ উঠিছে প্ৰশাসনীয় সকলো ব্যৱস্থা। প্ৰয়োজনীয় সকলো সা-সামগ্ৰী লৈ গুৱাহাটী লোকসভা সমষ্টিৰ বাবেও সাজু হৈ উঠিছে কামৰূপ জিলা প্ৰশাসন ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু প্ৰশাসন

আনহাতে ৮৮৬ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া এই তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাধিকাৰ সাব্যস্ত কৰিব ৭,১২,০৬৫ গৰাকী ভোটাৰে । ৰাজ্যৰ 4টা সমষ্টিত হ'বলগীয়া এই তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এতিয়া সমষ্টিকেইটাত চলিছে বিশেষ উৎসাহ আৰু উদ্দীপনা ।

Intro:👉তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কামৰূপ জিলা প্ৰশাসন।

👉 যাৱতীয় সা-সামগ্ৰী লৈ গুৱাহাটী লোকসভা সমষ্টিৰ বাবে প্ৰায় সম্পূৰ্ণ সাজু কামৰূপ জিলা প্ৰশাসন।

👉২৩ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুঠ ৮৮৬ টা ভোট গ্ৰহণ কেন্দ্ৰত সুচাৰুৰূপে ভোটগ্ৰহণ সম্পূৰ্ণ কৰিবলৈ যি যাৱতীয় সা-সামগ্ৰী সম্পূৰ্ণ কৰিছে ।
👉আনহাতে ৮৮৬ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিব ৭১২০৬৫ গৰাকী ভোট

Body:।।

Conclusion:।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.