ETV Bharat / elections

নলবাৰীত তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

author img

By

Published : Apr 15, 2019, 8:28 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰে । মোদী চৰকাৰ ডকাইত, মোদী মিছলীয়া,ফাকিবাজ বুলি তীব্ৰ সমালোচনা কৰে গগৈয়ে । আনহাতে চাকৰি পাবলৈ মন্ত্ৰীৰ খুলশালী,সভাপতিৰ পত্নী হ'ব লাগিব বুলি কৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ কথাও উল্লেখ কৰে তেওঁ ।

নলবাৰীত তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী, 15 এপ্ৰিল: নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা । নলবাৰীৰ আল্লিয়াত এখন জনসভাত ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰে । মোদী চৰকাৰ ডকাইত, মোদী মিছলীয়া,ফাকিবাজ বুলি তীব্ৰ সমালোচনা কৰে গগৈয়ে ।

নলবাৰীত তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে চাকৰি পাবলৈ মন্ত্ৰীৰ খুলশালী,সভাপতিৰ পত্নী হ'ব লাগিব বুলি কৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ কথাও উল্লেখ কৰে তেওঁ । মন্ত্ৰী হিমন্ত বিশ্বকো সমালোচনা কৰি হিমন্তই নাচিলেও কামত নাহিব বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । এই নিৰ্বাচনী সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, জিলা সভাপতি দিগন্ত বৰ্মন, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন উপস্থিত থাকে ।

Sl Tarun Gogoi Campaign
15apr19
Story FTP

OCVO=নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা।নলবাৰীৰ আল্লিয়াত এখন জনসভাত ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভূবনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰে।মোদী চৰকাৰ ডকাইত, মোদী মিছলীয়া,ফাকিবাজ।আনহাতে চাকৰি পাবলৈ মন্ত্ৰীৰ  খুলশালী,সভাপতিৰ পত্নী হৱ লাগিব।ইফালে মন্ত্ৰী হিমন্ত বিশ্বকো সমালোচনা কৰে হেমন্ত ই নাচিলেও কামত নাহিৱ।হেমন্তৰ ঘৰ নলবাৰীত হয়নে সন্দেহ হয়।লগতে চন্দ্ৰ মোহন পাটোৱাৰী নকলী নলবৰীয়া বুলি সমালোচনা কৰে।নলবাৰী ৰ আল্লিয়া ত হোৱা নিৰ্বাচনী সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, জিলা সভাপতি দিগন্ত বৰ্মন, প্ৰাক্তন মুখ্যমন্ত্ৰী জেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন উপস্থিত থাকে।হিমন্ত বিশ্বই ২০২১ ত সন্যাস লোৱাৰ কথাও কলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।
বাইট তৰুণ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.