ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৩১নং চিদলী বিধানসভা সমষ্টি

author img

By

Published : Apr 22, 2019, 1:27 PM IST

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৩১নং চিদলী বিধানসভা সমষ্টি

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৩১ নং চিদলী বিধানসভা সমষ্টি

চিদলী, 22 এপ্ৰিলঃ মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ সোমবাৰে এইদৰেই ব্যস্ত হৈ পৰিছে চিৰাং জিলাৰ ৩১নং চিদলী বিধানসভা সমষ্টিৰ নিৰ্বাচন বিভাগ। সমষ্টিটোৰ ২০৬৪০৪ জন মুঠ ভোটাৰৰ ১০২৮৩৫ পুৰুষ ভোটাৰ, আৰু ১০৩৫৬৯ মহিলা ভোটাৰ, ৬৪০ জন ছাৰ্ভিচ ভোটাৰ,৫ জন তৃতীয় লিংগ আৰু ১৭০ গৰাকী বিশেষভাবে সক্ষম লোক, ১৪১ জন "ডি" ভোটাৰ আছে । ২৬৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৭৪ টা কেন্দ্ৰ স্পৰ্শকাতৰ,৭০ টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ,১২৫ টা কেন্দ্ৰ তুলনামূলক ভাৱে সুৰক্ষিত,২৪ টা কেন্দ্ৰ সম্ভাৱ্য স্পৰ্শকাতৰ, ২টা অধিক স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে ।

জিলাখনত এটা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ পোনপ্ৰথমবাৰৰ বাবে ব্যৱস্থা কৰিছে চিদলী-কাশিকত্ৰা ভোটকেন্দ্ৰ যত সকলো বিষয়া কৰ্মচাৰী মহিলা নিয়োজিত কৰা হৈছে ৷ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে জিলাখনত যাৱতীয় নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে ।

Intro:তৃতীয় পৰ্য‍্যায়ৰ লোকসভা নিৰ্ব্বাচন কাইলৈ। আজি এইদৰেই ব‍্যাস্থ হৈ পৰিছে চিৰাং জিলাৰ ৩১ নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ নিৰ্ব্বাচন বিভাগ। সমষ্ঠী টোৰ ২০৬৪০৪ জন মুঠ ভোটাৰৰ ১০২৮৩৫ পুৰুষ ভোটাৰ, আৰু ১০৩৫৬৯ মহিলা ভোটাৰ, ৬৪০ জন ছাৰ্ভিচ ভোটাৰ,৫ জন তৃতীয় লিংগ আৰু ১৭০ শাৰিৰীক ভাৱে অক্ষম, ১৪১ "ডি" ভোটাৰ আছে । ২৬৯ টা ভোটগ্ৰহন কেন্দ্ৰ ৰ ভিতৰত ৭৪ টা কেন্দ্ৰ স্পৰ্ষকাতৰ,৭০ টা কেন্দ্ৰ অতি স্পৰ্ষকাতৰ,১২৫ টা কেন্দ্ৰ তুলনামুলক ভাৱে সুৰক্ষিত,২৪ টা কেন্দ্ৰ সাম্ভাব‍্য স্পৰ্ষকাতৰ, ২ টা অতি অতিকে স্পৰ্ষকাতৰ বুলি চিনাক্ত কৰিছে । জিলাখনত এটা মহিলা ভোটগ্ৰহন কেন্দ্ৰ পোনপ্ৰথম বাৰৰ বাবে ব‍্যৱস্থা কৰিছে চিদলী-কাশিকত্ৰা ভোটকেন্দ্ৰ যত সকলো বিষয়া কৰ্মচাৰী মহিলা নিয়োজিত থাকিব। জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে জিলাখনত যাৱতীয় নিৰাপত্তা ব‍্যৱস্থা কটকটীয়া কৰি তুলিছে যাতে কোনো ধৰনৰ অপ্ৰিতিকৰ ঘটনা সংঘটিত হব নোৱাৰে ।

(বিদ্ৰ: ৮০১ ফাইলটোত তাৰিখ ভূলকৈ ২১ হৈছিল )

বাইট : সুধাকৰ সিং , আৰক্ষী অধিক্ষক চিৰাং।
মহিলা প্ৰিজাইডিং বিষয়া ‌।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:বাইট : সুধাকৰ সিং , আৰক্ষী অধিক্ষক চিৰাং।
মহিলা প্ৰিজাইডিং বিষয়া ‌।

Conclusion:জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জনায় যে জিলাখনত যাৱতীয় নিৰাপত্তা ব‍্যৱস্থা কটকটীয়া কৰি তুলিছে যাতে কোনো ধৰনৰ অপ্ৰিতিকৰ ঘটনা সংঘটিত হব নোৱাৰে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.