ETV Bharat / elections

পুৱাই মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

পৰিয়ালৰ সৈতে একেলগে মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান কৰি সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ

author img

By

Published : Apr 23, 2019, 12:46 PM IST

মহানগৰীৰ বাণীকান্ত বি টি কলেজত ভোটদান মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ

গুৱাহাটী,২৩ এপ্ৰিলঃ পুৱাই মহানগৰীৰ বাণীকান্ত বি টি কলেজত পৰিয়ালৰ সহিতে ভোটদান কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই । ভোটকেন্দ্ৰ সমূহত ৰাইজৰ ব্যাপক সঁহাৰি দেখি উৎফুল্লিত হৈ পৰে মন্ত্ৰীগৰাকী । লগতে তেওঁ গণতন্ত্ৰৰ বাবে এইয়া ভাল খবৰ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

Intro:পুৱাই মহানগৰীৰ বাণীকান্ত বি টি কলেজত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু তেওঁৰ পৰিয়ালে ভোট দান কৰে । ভোট কেন্দ্ৰ সমূহত ৰাইজৰ ব্যয়পক সঁহাৰি প্ৰত্যক্ষ কৰি মন্ত্ৰী গৰাকীৰ মন্ত্যৱ এয়া গণতন্ত্ৰৰ বাবে ভাল খবৰ । আনহাতে ৰাহুল গান্ধীয়কো সমালোচনা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ।

Body:মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ ভোট দান
পুৱাই মহানগৰীৰ বাণীকান্ত বি টি কলেজত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু তেওঁৰ পৰিয়ালে ভোট দান কৰে । ভোট কেন্দ্ৰ সমূহত ৰাইজৰ ব্যয়পক সঁহাৰি প্ৰত্যক্ষ কৰি মন্ত্ৰী গৰাকীৰ মন্ত্যৱ এয়া গণতন্ত্ৰৰ বাবে ভাল খবৰ । আনহাতে ৰাহুল গান্ধীয়কো সমালোচনা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.