ETV Bharat / elections

ৰঙাপৰাত লানি নিছিঙা সোঁত অজস্ৰ ভোটাদাতাৰ - ই.ভি.এম মেচিন

শোণিতপুৰ ৰঙাপৰাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভিৰ কৰিছেহি জিলাখনৰ কেন্দ্ৰসমূহত

শোণিতপুৰত লানি নিছিঙা সোঁত অজস্ৰ ভোটাধিকাৰৰ
author img

By

Published : Apr 11, 2019, 10:38 AM IST

শোণিতপুৰ, ১১ এপ্ৰিল : ৰাজ্যৰ 5 টাকৈ সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । অন্য প্ৰান্তৰ দৰে শোণিতপুৰৰ ৰঙাপৰা অঞ্চলটো পুৱাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱাৰে পৰা এই ৰঙাপৰা অঞ্চলত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত দেখা গৈছে জনসাধৰণৰ লানি নিছিঙা সোঁত । প্ৰচণ্ড ৰ'দকো নেওচি অঞ্চলটোৰ জনসাধৰণ ওলাই আহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ । আনহাতে, ৰঙাপৰাৰ কছাৰীগাঁও, নামনিগাঁও, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ২৪ নং প্ৰাথমিক বিদ্যালয়ত ই.ভি.এম মেচিন বিকল হৈ পৰা বাবে পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

Intro:শোণিতপুৰৰ ৰঙাপৰাত ভোটাৰ ৰাইজৰ ভোটদান কৰাৰ দৃশ্য।Body:ৰঙাপৰাঃ ৯ নং তেজপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰাত আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হয়। পুৱাৰে পৰা ভোটাৰ ৰাইজে নিজৰ নিজৰ ভোটদান সাব্যস্ত কৰে। নিৰ্বাচনত ব্যৱহাৰ হ’বলগীয়া ইভিএম মেচিন সমূহ ৰঙাপৰাৰ কছাৰীগাঁও, নামনিগাঁও, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়, ২৪ নং প্ৰাথমিক বিদ্যালয়ত থকা ভোট কেন্দ্ৰত বিসংগতি হোৱাত বহু পলমকৈ ভোট আৰম্ভ হয়।Conclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.