ETV Bharat / elections

বিহপুৰীয়াত বিধায়ক দেৱানন্দ হাজৰিকাৰ ভোটদান

বিহপুৰীয়াত বিধায়ক দেৱানন্দ হাজৰিকাই সাধাৰণ ভোটাৰৰ সৈতে থিয় হৈ সাব্যস্ত কৰে ভোটদান ।

author img

By

Published : Apr 11, 2019, 12:14 PM IST

বিহপুৰীয়াত বিধায়ক দেৱানন্দ হাজৰিকাৰ ভোটদান

বিহপুৰীয়া, 11 এপ্ৰিল : ৰাজ্যৰ পাঁচটা সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া । ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে এই ভোটদান প্ৰক্ৰিয়াত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বিহপুৰীয়া বিধানসভা সমষ্টিত উপস্থিত হয় বিধায়ক দেৱানন্দ হাজৰিকা ৷ পুৱা ৭ বজাৰ পৰা ভোটাৰৰ শাৰীত থিয় হৈ বিধায়কগৰাকীয়ে বিহপুৰীয়া পৌৰসভা কাৰ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ সাধাৰণ লোকৰ শাৰীত ঘণ্টা জুৰি থিয় হৈ থাকি ভোট দিয়াৰ সুখেই বেলেগ বুলি মন্তব্য কৰে বিহপুৰীয়াৰ বিধায়কজনে ৷

Intro:পুৱা ৭ বজাৰ পৰা ভোটাৰৰ শাৰীত থিয় হৈ বিহপুৰীয়া পৌৰসভা কাৰ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাই৷ Body:সাধাৰণ লোকৰ শাৰীত ঘণ্টা জুৰি থিয় হৈ থাকি সুখ অনুভৱ কৰে বিহপুৰীয়াৰ বিধায়কজনে৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.