ETV Bharat / elections

বহলপুৰত দুটা ভোটগ্ৰহণ কেন্দ্ৰত বিকল ইভিএম আৰু ভিভিপেট মেচিন - EVM VVPET Error

ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত পূব বিলাসীপাৰাত দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰে ইভিএম আৰু ভিভিপেট মেচিন ৷ নিৰ্বাচনী বিষয়াৰ উপস্থিতিত আধাঘন্টা পলমকৈ আৰম্ভ ভোটগ্ৰহণ ৷

বিকল ইভিএম আৰু ভিভিপেট মেচিন
author img

By

Published : Apr 23, 2019, 11:29 AM IST

বিলাসীপাৰা, 23 এপ্ৰিলঃ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে বিভিন্ন স্থানত বিকল হৈ পৰিছে ইভিএম ৷ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী মুঠ চাৰিটা লোকসভা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ পৰাই ইভিএম বিকল হোৱাৰ বাতৰি আহিছে ৷

বিকল ইভিএম আৰু ভিভিপেট মেচিন

4নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত পূৱ বিলাসীপাৰাত দুটা ভোটকেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগেই বিকল হৈ পৰে ইভিএম আৰু ভিভিপেট মেচিন ৷ পূৱ বিলাসীপাৰাৰ 246 নং বহলপুৰ নিম্ম প্ৰাথমিক বিদ্যালয়ত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কিছু সময় পিছতেই বিকল হৈ পৰে ইভিএম মেচিন ৷ অৱশ্যে নিৰ্বাচনী বিষয়াৰ তৎপৰতাত প্ৰায় 1 ঘন্টা দেৰিকে কেন্দ্ৰটোত ভোটগ্ৰহণ আৰম্ভ হয় ৷ আনহাতে 262 নং ৰায়ঝৰা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰটো বিকল হৈ পৰে ভিভিপেট মেচিন ৷ কেন্দ্ৰটোত 40টা ভোটদান হোৱাৰ পৰৱৰ্তী সময়তে বিকল হৈ পৰে ভিভিপেট মেচিন ৷ কেন্দ্ৰটোত উপস্থিত থকা ছেক্টৰ বিষয়াই ভিভিপেট মেচিন বদলি কৰি দিয়াৰ আধা ঘন্টা দেৰিকৈ ভোটগ্ৰহণ আৰম্ভ হয় ৷

Intro:পূৱ বিলাসীপাৰাৰ বহলপুৰত দুটা ভোট গ্ৰহণ কেন্দ্ৰত EVM আৰু VVPAT বিকল।Body:বিলাসীপাৰা পূৱ:

৪ নং ধুবুৰী লোকসভা সমষ্টি পূৱ বিলাসীপাৰাৰ বহলপুৰত EVM বিসংগতি । প্ৰায় ১ ঘন্টা পিছত হে ভোট গ্ৰহন আৰম্ভ হয় । ইয়াকে লৈ ভোটাৰৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ।২৪৬ বহলপুৰ এল পি স্কুল(বাওঁফাল) কেন্দ্ৰত এই ঘটনা।

ইফালে ২৬২ ৰায়ঝৰা হাই স্কুল (বাওঁফাল) কেন্দ্ৰটো VVPAT বিকল। 40 টা ভোট দান হোৱাৰ পিছত বিকল VVPATটো। পিছত SECTOR বিয়ষাই VVPAT টো বদলি কৰি দিয়ে আৰু আধা ঘন্টা দেৰি কে ভোট গ্ৰহণ আৰম্ভ হয়।Conclusion:BYTE:PUBLIC

FROM UDAYADITYA ROY, BILASIPARA EAST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.