ETV Bharat / elections

ধুবুৰীত ইভিএম লৈ সাজু নিৰ্বাচনী বিষয়া

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ চাৰিটাকৈ লোকসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে সাজু ধুবুৰী জিলা প্ৰশাসন ৷

বিশেষ প্ৰতিবেদন
author img

By

Published : Apr 22, 2019, 1:17 PM IST

ধুবুৰী, 22 এপ্ৰিলঃ মঙলবাৰে ৰাজ্যৰ চাৰিটা লোকসভা সমষ্টিত অনুষ্ঠিত তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷ কাইলৈ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷

বিশেষ প্ৰতিবেদন

কাইলৈ অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে সাজু ধুবুৰী জিলা প্ৰশাসন ৷ ধুবুৰীৰ পৰা সাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷

SLUG- A_DHB_801_802_22APRIL_ELECTION_EVM_VIS+BYTE_PTC_SHAHANUR

    oc/vo:- কাইলৈ নিৰ্বাচন। নিৰ্বাচনলৈ সম্পূৰ্ণ ৰূপে সাজু ধুবুৰী জিলা প্ৰশাসন। ধুবুৰী লোকসভা সমষ্টিৰ মুঠ ২৪৫০ টা ভোট কেন্দ্ৰত নিয়োগ কৰা পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে ইভিএম মেচিনকে ধৰি যাবতীয় সামগ্ৰী সমূহ সংগ্ৰহ কৰি পৰীক্ষা নিৰীক্ষা কৰাত ব্যস্ত। 

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.