ETV Bharat / elections

একে দিনাই একে স্থানতে কংগ্ৰেছ-বিজেপিৰ প্ৰচাৰ

কংগ্ৰেছ দলে উক্ত ৰোড শ্বোৰ বাবে যোৱা ১২ এপ্ৰিলতে জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰিছিল আৰু ইয়াৰ বিপৰীতে বিজেপি দলে কোনো অনুমতি নোলোৱাকৈ একে স্থানতে,একেটা পথেৰে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বো কৰাক লৈ কংগ্ৰেছে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰে ৷ অৱশ্যে অৱশেষত আজি পুৱাৰ ভাগত বিজেপিয়ে অনুমতিৰ বাবে আবেদন কৰে আৰু নাটকীয়ভাৱে অনুমতি লাভ কৰে ৷

কংগ্ৰোছ বিজেপি ৰ একে স্থানত নিৰ্বাচনী প্ৰচাৰ
author img

By

Published : Apr 17, 2019, 10:00 PM IST

নলবাৰী, 17 এপ্ৰিল: নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ । নলবাৰী-কামৰূপ জিলা সীমান্তৱৰ্তী চৰাবড়ী কালী মন্দিৰত সেৱা জনাই কংগ্ৰেছ সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এক বাইক ৰেলী উলিয়ায়। প্ৰাৰ্থীগৰাকীয়ে বিজুলীঘাটত কংগ্ৰেছৰ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰভাগত ভিন্ন প্ৰান্তত পথ সভা পাতি প্ৰচাৰ চলায় ববিতা শৰ্মাই । কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে উলিওৱা এই ৰেলীত বহু সমৰ্থকে অংশ লয় ।

কংগ্ৰোছ বিজেপি ৰ একে স্থানত নিৰ্বাচনী প্ৰচাৰ

আনহাতে,কংগ্ৰেছ দলে উক্ত ৰোড শ্বোৰ বাবে যোৱা ১২ এপ্ৰিলতে জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰিছিল আৰু ইয়াৰ বিপৰীতে বিজেপি দলে কোনো অনুমতি নোলোৱাকৈ একে স্থানতে,একেটা পথেৰে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বো কৰাক লৈ কংগ্ৰেছে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰে ৷ অৱশ্যে অৱশেষত আজি পুৱাৰ ভাগত বিজেপিয়ে অনুমতিৰ বাবে আবেদন কৰে আৰু নাটকীয়ভাৱে অনুমতি লাভ কৰে ৷

Slug=Babita Sarma Campaign
17April..19
Story FTP

VO=নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ।নলবাৰী কামৰূপ সীমান্তবৰ্তী চৰাবড়ী কালী মন্দিৰত সেৱা জনাই এক বাইক ৰেলী বাহিৰ কৰে।ইফালে প্ৰাৰ্থী গৰাকীয়ে বিজুলী ঘাটত কংগ্ৰেছৰ এটা নিৰ্বাচনী কাৰ্য্যলয় ফিটা কাটি মুকলি কৰে ।আনহাতে গুৱাহাটী সমষ্টিৰ অন্তগত বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগত ভিন্ন প্ৰান্তত পথ সভা পাতি প্ৰচাৰ চলাই ববিতা শৰ্মাই।উল্লেখযোগ্য যে অতি নম্ৰ আৰু ভদ্ৰ ভাৱে নিৰ্বাচনী প্ৰচাৰ চলাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মাই।কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে উলিওৱা এই ৰেলীত বহু সমৰ্থকে অংশ লয়।আনহাতে,কংগ্ৰেছ দলে উক্ত ৰোড শ্বোৰ বাবে যোৱা ১২ এপ্ৰিলতে জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰিছিল৷ইয়াৰ বিপৰীতে বিজেপি দলে কোনো অনুমতি নোলোৱাকৈ একে স্থানতে,একেটা পথৰে ড° হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বো কৰাক লৈ কংগ্ৰেছে প্ৰশাসনৰ ওচৰত অভিযোগ কৰে৷অৱশ্যে অৱশেষত আজি পূৱাৰ ভাগত বিজেপিয়ে অনুমতি বাবে আবেদন কৰে আৰু নাটকীয়ভাৱে অনুমতি লাভ কৰে৷

 বাইট=ববিতা শৰ্মা৷
বাইট=দিগন্ত বৰ্মন৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.