ETV Bharat / elections

মহিলাৰ দ্বাৰা সু-শৃংখলিতভাৱে পৰিচালিত এটি ভোটকেন্দ্ৰ - ধুবুৰী লোকসভা সমষ্টি

ধুবুৰী লোকসভা সমষ্টিৰ 11টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৷ মহিলাৰ দ্বাৰা পৰিচালিত এটি ভোটকেন্দ্ৰৰ পৰা স্থানীয় সাংবাদিক সাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷

মহিলাৰ দ্বাৰা সু-শৃংখলিতভাৱে পৰিচালিত এটি ভোটকেন্দ্ৰ
author img

By

Published : Apr 23, 2019, 7:41 PM IST

ধুবুৰী, 23 এপ্ৰিলঃ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আৰু কেইটিমান মুহূৰ্তৰ ভিতৰতে ভোটদানৰ অন্ত পৰিব ৷ ৰাজ্যৰ বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী মুঠ চাৰিটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷

মহিলাৰ দ্বাৰা সু-শৃংখলিতভাৱে পৰিচালিত এটি ভোটকেন্দ্ৰ

ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত 11টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৷ প্ৰথমবাৰৰ বাবে এইদৰে নিৰ্বাচন আয়োগে প্ৰদান কৰা দায়িত্ব পালন কৰিবলৈ পাই মহিলা নিৰ্বাচনী বিষয়াসকলো বহুত আশাবাদী, উৎসাহী ৷ ধুবুৰীৰ এটি মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা স্থানীয় সাংবাদিক সাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷

Intro: ধুবুৰীত এঘাৰ খন মহিলা ভোটকেন্দ্ৰ। যত কেৱল মহিলা সকলে পৰিচালনা কৰিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া।

Body: ধুবুৰীত এইবেলি পোন প্ৰথম বাৰৰ বাবে কেৱল মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ভোটকেন্দ্ৰ। এঘাৰখন ভোটকেন্দ্ৰ পৰিচালিত হৈছে মহিলাৰ দ্বাৰা। যাৰ ফলত উৎফুল্লিত হৈ পৰিছে মহিলা পলিং আৰু প্ৰিজাইডিং বিষয়া সকলে। যদিওঁ মহিলা সকলৰ ক্ষেত্ৰত আৰু অলপ সুবিধা কৰা উচিত আছিল বুলি মন্তব্য কৰিলে প্ৰিজাইডিং বিষয়া গৰাকীয়ে।
আনহাতে মহিলাৰ দ্বাৰা ভোটকেন্দ্ৰ পৰিচালনাৰ বিষয়টোলৈ আনন্দিত হৈছে মহিলা ভোটাৰ সকলেও। কিন্তু ভোট প্ৰদান কৰি এখন এখন সুস্থ আৰু উন্নয়নশীল চৰকাৰ বিচাৰিছে সচেতন মহিলা ভোটাৰে।

Conclusion: উল্লেখযোগ্য যে, ভোটাৰ সকলৰ ফালৰ পৰা সুস্থ আৰু উন্নয়নশীল চৰকাৰ বিচাৰিছে যদিওঁ অহা তেইশ এপ্ৰিলত কি ফলাফল ওলায় সেয়াহে লক্ষণীয় বিষয়।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.