ETV Bharat / elections

দেশত পৰৱৰ্তী চৰকাৰ কংগ্ৰেছৰ, প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধী

author img

By

Published : Apr 18, 2019, 9:17 PM IST

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ হৰিশ ৰাৱাটৰ ৷ বৰপেটাৰ কয়াকুছিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰীৰূপে ভোট দিবলৈ আহ্বান জনালে ৰাৱাটে ৷

নিৰ্বাচনী প্ৰচাৰত হৰিশ ৰাৱাট

বৰপেটা, 18 এপ্ৰিলঃ বৰপেটাত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটে ৷ বৰপেটাৰ কয়াকুছিত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে ৷

নিৰ্বাচনী প্ৰচাৰত হৰিশ ৰাৱাট
  • মোডীয়ে দেশৰ 11 হাজাৰ কোটিপতিৰ 3.50 লাখ কোটি টকাৰ ঋণ মাফ কৰিছেঃ হৰিশ ৰাৱাট
  • দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বিপৰীতে কোটিপতিৰ ঋণ মাফ কৰাটোৱে মোডীৰ ন্যায়ঃ হৰিশ ৰাৱাট
  • মোডীক টেক্স টেৰ'ৰ(সন্ত্ৰাস) প্ৰৱৰ্তন কৰাত সহায় কৰিছে মোগেম্বোৱেঃ হৰিশ ৰাৱাট
  • ভাৰতীয় জনতা পাৰ্টীৰ অধ্যক্ষ অমিত শ্বাহ মোগেম্বোঃ হৰিশ ৰাৱাট
  • মোডীৰ ন্যায় হৈছে 10হাজাৰৰ ঋণ থকাজনক জেললৈ প্ৰেৰণ কৰাঃ হৰিশ ৰাৱাট
  • মোডীৰ বাবেই দেশত ইজনে সিজনৰ সৈতে কাজিয়া কৰিছেঃ হৰিশ ৰাৱাট
    নিৰ্বাচনী প্ৰচাৰত হৰিশ ৰাৱাট
  • কংগ্ৰেছ চৰকাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে একধৰণৰ কৰৰ ব্যৱস্থা কৰিবঃ হৰিশ ৰাৱাট
  • স্নাতক পৰ্যায়লৈকে ছোৱালীৰ পঢ়া খৰচ সম্পূৰ্ণ বিনামূলীয়া কৰিব কংগ্ৰেছেঃ হৰিশ ৰাৱাট
  • দুখীয়া মহিলাৰ বেংক একাউন্টত বছৰি জমা হ'ব ৭২ হাজাৰ টকাঃ হৰিশ ৰাৱাট
  • অসমত ১১ খন আসনতে কংগ্ৰেছ প্ৰাৰ্থী জয়ী হ'বঃ হৰিশ ৰাৱাট
  • সমগ্ৰ দেশত কংগ্ৰেছে অকলেই ২০০ খন আসন লাভ কৰিবঃ হৰিশ ৰাৱাট
  • হিমন্ত বিশ্বই কংগ্ৰেছৰ প্ৰতাৰণা কৰাৰ দৰেই বিজেপিকো প্ৰতাৰণা কৰিবঃ হৰিশ ৰাৱাট
  • দেশৰ পৰৱৰ্তী চৰকাৰ কংগ্ৰেছৰ আৰু প্ৰধানমন্ত্ৰী হ'ব ৰাহুল গান্ধীঃ হৰিশ ৰাৱাট

কংগ্ৰেছৰ সভাত হাজাৰ হাজাৰ লোকৰ উপস্থিতি দেখি বহুটো সূখী বুলি মন্তব্য কৰে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যৱেক্ষক হৰিশ ৰাৱাটে ৷ ৰাৱাটৰ সৈতে সভাত উপস্থিত থাকে কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰকে ধৰি বহুকেইগৰাকী নেতা-কৰ্মী ৷

Slug:     A_BAR_18APR_804TO808_CONG_CAMPAIGN_HARISH_RAWAT_SPEECH+BITE+VIS+PHOTO_BAPKAN_DAS                           

জয় আই অসম ধ্বনিৰে বৰপেটাৰ কয়াকুছিত ভাষন আৰম্ভ কংগ্ৰেছৰ সাধাৰন সম্পাদক তথা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱাটে ৷
দেশত কংগ্ৰেছে অকলেই ২০০ খন আসন লাভ কৰিব বুলি দাবী হৰিশ ৰাৱাটৰ ৷৷

বৰপেটা, ১৮ এপ্ৰিলঃ
জয় হিন্দ ৷ জয় আই অসম, কয়াকুছি জিন্দাবাদ,  আব্দুল খালেক জিন্দাবাদ ধ্বনিৰে সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ সাধাৰন সম্পাদক তথা অসমৰ পৰ্যবেক্ষক হৰিশ ৰাৱাটে আজি ভাষন আৰম্ভ কৰে বৰপেটাৰ কয়াকুছিত ৷ ৰাদ্যৰ কংগিৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত আজি বৰপেটাৰ কয়াকুছিত আব্দুল খালেকৰ এখন নিৰ্বাতনী প্ৰচাৰ সভাত অংশগ্ৰহন কৰে হৰিশ ৰাৱাটে ৷ সভাখনত ভাষন দি মোদীৰ পৰিৱৰ্তে ৰাহুল গান্ধীক ক্ষমতালৈ অনাৰ আহ্বান ৰাইজলৈ ৷ ২০১৪ চনৰ নিৰ্বাচনত প্ৰতিটো একাউন্টত পোন্ধৰ লাখকৈ টকা দিয়াৰ কথা দিছিল মোডীয়ে ৷ আনিকি প্ৰতিবছৰে ২ কৌটি চাকৰি দিম বুলিও  প্ৰতিশ্ৰুতি দিছিল ৷ পিছে আচ্ছেদিন এতিয়া  ঢাকাত বন্দী হৈ আছে বুলি মন্তব্য কৰে ৰাৱাটে ৷ 
দেশত সকলো বস্তৰ মূল্য বৃদ্ধি হ'ল, কেবল মানুহৰ জীৱনহে সস্তা হল বুলিও মনিতব্য কৰে ৷ আসমৰ সংস্কৃতিক ধংস কৰিবলৈকে বিজেপিয়ে নাগৰিকত্ব বিল আনিছে আৰু কংগ্ৰেছে এই বিলৰ বিৰোধিতা কৰিব ৷ মোডী আৰবপতিৰ লগত আছে কিন্তু মোডী গৰিবৰ লগত নাই বুলি কৈ ৮ কোটি লোকক নতুনকৈ গৰিব কৰিলে বুলিও মোডী চৰকাৰক সমালোচনা কৰে ৷ তাৰবিপৰীতে, আম্বানিৰ আমদানী বাঢিল ৷ চৰকাৰে অকল আৰবপতি সকলৰহে ঝণ ৰেহাই কৰিলে, দুখীয়া সকলৰ ঋণ ৰেহাই নহ'ল ৷ আনহাতে বিজেপি সভাপতি অমিত শ্বাহক হিন্দী চিনেমাৰ মোগেম্ব'ৰ সৈতে তুলনা কৰে হৰিশ ৰাৱাটে ৷ 
কংগ্ৰেছ চৰকাৰ হলে সৰু সৰু ব্যৱসায়ী সকলক সকাহ দিবৰ বাবে এক ধৰনৰ টেক্স কৰিব  আৰু স্নাতক পৰ্যায়লৈকে ছোৱালীৰ পঢ়া খৰচ ফ্ৰি কৰিব কংগ্ৰেছে ৷ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ হলে  চৰকাৰী হস্পিতালসমুহত সকলো চিকিৎসা বিনামূলীয়া  কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ আনহাতে প্ৰতিজন দুখীয়া মহিলাৰ বেংক একাউন্টত বছৰত ৭২ হাজাৰ টকা দিয়াৰো প্ৰতিশ্ৰুতি দিয়ে হৰিশ ৰাৱাটে ৷
আনহাতে সাংবাদিকৰ আগত হৰিশ ৰাৱাটৰ দাবী- অসমত ১১ খন আসনত জয়ী হব কংগ্ৰেছ ৷ এইবাৰ দেশত কংগ্ৰেছৰ চৰকাৰ হব আৰু ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰীৰ আসনক বহিব বুলি দাবী কৰি সমগ্ৰ দেশত কংগ্ৰেছে অকলেই ২০০ খন আসন লাভ কৰিব বুলিও প্ৰকাশ কৰে ৷ কংগ্ৰেছৰ পক্ষত দেশত বতাহ বলিছে আৰু ৰাইজে এইবাৰ পৰিবৰ্তনৰ বাবে ভোট প্ৰদান কৰিছে বুলিও উল্লেখ কৰে হৰিশ ৰাৱাটে ৷ আনহাতে হিমন্ত বিশ্বশৰ্মাই কংগ্ৰেছৰ দৰেই এটা সময়ত বিজেপি দলকো প্ৰতাৰনা কৰিব বুলি মন্তব্য কৰে বৰ্ষীয়ান ৰাজনীতিক গৰাকীয়ে  ৷ 

বাইটঃ হৰিশ ৰাৱাট ৷
--- বাপকন দাস, বৰপেটা
ফুটেজ, বাইট, স্পীচ্ছ আৰু ফটো ftpত পঠোৱা হৈছে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.