ETV Bharat / elections

গ্ৰহণ হোৱা নাই গৌতম গম্ভীৰৰ মনোনয়ন পত্ৰ, কিন্তু কিয়? - ETV BHARAT

প্ৰশ্নবোধক আহি পৰিছে পূৱ দিল্লীৰ বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰৰ মনোনয়ন পত্ৰত।

গ্ৰহণ হোৱা নাই গৌতম গম্ভীৰৰ মনোনয়ন পত্ৰ, কিন্তু কিয়?
author img

By

Published : Apr 24, 2019, 7:49 PM IST

নতুন দিল্লী,২৪ এপ্ৰিলঃ পূৱ দিল্লীৰ বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰৰ এফিডেবিটত থকা ষ্টাম্প পেপাৰ আৰু নটাৰী ষ্টাম্পত থকা তাৰিখৰ পাৰ্থক্যৰ বাবে অভিযোগ তুলিছে আম আদমি পাৰ্টীয়ে। এই অভিযোগ উত্থাপন কৰে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী আতিচীয়ে। ইয়াৰ বাবে জিলা নিৰ্বাচনী বিষয়াই এই সন্দৰ্ভত গম্ভীৰৰ পৰা উত্তৰ বিচাৰি মাতি পঠিয়াই। উল্লেখ্য যে গৌতম গম্ভীৰে মংগলবাৰে নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল। ১২ মে'ত দিল্লীত অনুষ্ঠিত হ'ব নিৰ্বাচন।

Intro:Body:

There is one another news about Gautam gambhir nomination which i have sent earlier

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.