ETV Bharat / elections

চূড়ান্ত হোৱা নাই মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী

author img

By

Published : Mar 8, 2021, 5:14 PM IST

কংগ্ৰেছৰ নেতৃত্বত হোৱা মহাজোঁট বন্ধনৰ চূড়ান্ত হোৱা নাই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী । মনোনয়ন দাখিল কৰি মন্তব্য আমিনুল ইছলামৰ।

mahagotbondgan-pm-candidate
চূড়ান্ত হোৱা নাই মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী

নগাওঁ, 8 মাৰ্চঃ কংগ্ৰেছৰ নেতৃত্বত গঠিত মহাজোঁট বন্ধনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী এই পৰ্য্যন্ত হোৱা নাই চূড়ান্ত। অসমৰ পৰা বিজেপিক উৎখাতৰ সংকল্প মহাজোঁটবন্ধনৰ । নগাঁৱত মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ সন্মুখত কেবাটাও মন্তব্য কৰে বিধায়ক আমিনুল ইছলামে।

বিজেপিক সাম্প্ৰদায়িক দল আখ্যা দি এইবাৰ অসমৰ পৰা বিজেপিক উৎখাত কৰাৰ বাবে মহাজোঁট বন্ধনে সংকল্প লোৱা বুলি মন্তব্য কৰে ধিং সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী তথা বিধায়ক আমিনুল ইছলামে ।

লগতে পঢ়কঃ ক'ভিড-১৯ ৰ পৰা হ'ব পৰা গম্ভীৰ অসুস্থতাৰ অন্যতম কাৰণ মেদবহুলতা নে কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.