ETV Bharat / city

তিনিচুকীয়াত খাদ্যত বিষক্ৰিয়া; মৃত্যু এটি কণমানিৰ

author img

By

Published : Jul 31, 2019, 5:02 PM IST

Updated : Jul 31, 2019, 11:04 PM IST

তিনিচুকীয়াৰ বাৰেকুৰি বৰগাৱঁৰ ৰাজেশ বড়াৰ ঘৰত মঙলবাৰে নিশা আহাৰ খাই মৃত্যু বেৰিষা বড়া নামৰ এটি কণমানিৰ ৷ কোনো দৃৰ্বৃত্তই আহাৰত বিষাক্ত কীট নাশক দৰৱ ঢালি দিয়াৰ সন্দেহ পৰিয়ালৰ

খাদ্যত বিষক্ৰিয়া হৈ কণমানিৰ মৃত্যু

তিনিচুকীয়া, 31 জুলাইঃ তিনিচুকীয়াৰ বাৰেকুৰি বৰগাৱঁত অঘটন ৷ বৰগাৱঁৰ ৰাজেশ বড়াৰ ঘৰত মঙলবাৰে নিশা আহাৰ খাই মৃত্যু বেৰিষা বড়া নামৰ কণমানিৰ ৷ কোনো দৃৰ্বৃত্তই আহাৰত বিষাক্ত কীট নাশক দৰৱ ঢালি দিয়াৰ সন্দেহ পৰিয়ালৰ৷ঘৰৰ ভিতৰতে কীট নাশক দৰৱৰ বটল উদ্ধাৰ ৷ কোনো দুৰ্বৃত্তই ৰাজেশ বড়াৰ পৰিয়ালটোক মাৰি পেলাবলৈ ষড়যন্ত্ৰ কৰাৰ সন্দেহ পৰিয়ালৰ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

তিনিচুকীয়াত খাদ্যত বিষক্ৰিয়া; মৃত্যু ঘটিল এটি কণমানিৰ

Intro:Body:

TINSUKIA FOOD POISON

Conclusion:
Last Updated : Jul 31, 2019, 11:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.