ETV Bharat / city

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড ৷ তিনিচুকীয়াৰ ন-পুখুৰীত সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ড ৷

author img

By

Published : Aug 8, 2020, 12:14 PM IST

Updated : Aug 8, 2020, 1:14 PM IST

Journalist murdered in Tinsukia
ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড

তিনিচুকীয়া, 8 আগষ্ট : ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড ৷ তিনিচুকীয়াৰ ন-পুখুৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা ৷ নিজ কাৰ্যালয়ৰ ভিতৰতে বীজেন দ্বীপ নামৰ সাংবাদিক গৰাকীক হত্যা কৰাৰ কৰে কোনো দুস্কৃতিকাৰীয়ে ৷

ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড

নিজ কাৰ্যালয়ৰ ভিতৰতে ডিঙি কটা অৱস্থাত বীজেন দ্বীপৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তিনিচুকীয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য় যে, দিন প্ৰতিদিন নামৰ এটা ৱেব পৰ্টেলৰ স্বত্বাধিকাৰীও আছিল সাংবাদিকগৰাকী ৷ ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী বীজেন দ্বীপৰ হত্যাকাণ্ড
ৰাজ্যত পুনৰ সাংবাদিকৰ হত্যাকাণ্ড

লগতে পঢ়ক : কেৰালাত বিমান দুৰ্ঘটনাত 18 জন নিহত

Last Updated : Aug 8, 2020, 1:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.