ETV Bharat / city

ভাৰতীয় সেনাৰ উদ্যোগত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন

author img

By

Published : Jan 18, 2021, 6:46 PM IST

ভাৰতীয় সেনাৰ 3 নং গাড়োৱাল ৰাইফলছৰ উদ্যোগত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু জনগোষ্ঠীয় সাজপাৰ প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন । শিল্পী দিৱসৰ লগত সংগতি ৰাখি পেঙেৰি মুকলি মঞ্চত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ লগতে জনগোষ্ঠীয় সাজপাৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷

cultural-festival-in-digboi-organized-by-indian-army
তিনিচুকীয়াত ভাৰতীয় সেনাৰ উদ্যোগত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ আয়োজন

তিনিচুকীয়া, 18 জানুৱাৰী : তিনিচুকীয়া জিলাৰ পেঙেৰিত ভাৰতীয় সেনাৰ 3 নং গাড়োৱাল ৰাইফলছৰ উদ্যোগত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ আৰু জনগোষ্ঠীয় সাজপাৰ প্ৰদৰ্শনী অনুষ্ঠানৰ আয়োজন । শিল্পী দিৱসৰ লগত সংগতি ৰাখি পেঙেৰি মুকলি মঞ্চত জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ লগতে জনগোষ্ঠীয় সাজপাৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷

উক্ত অনুষ্ঠানটো মুকলি কৰে কামাণ্ডিং অফিচাৰ ৱাই.ডি.শৰ্মাৰ সহধৰ্মিনীয়ে ৷ অনুষ্ঠানটোত পেঙেৰী-বৰডুমচা অঞ্চলত বসবাস কৰা কেইবাটাও জাতি-জনগোষ্ঠীয়ে নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে প্ৰায় 20 গৰাকী উদীয়মান শিল্পীয়ে জনগোষ্ঠীয় সাজপাৰ পৰিধান কৰি সৌন্দৰ্য প্ৰদৰ্শনী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷

উল্লেখ্য যে, পেঙেৰীস্থিত 3 নং গাড়োৱাল ৰাইফলছৰ দ্বাৰা অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকা পেঙেৰি-বৰডুমচা অঞ্চলত হৈ থকা বিভিন্ন সমাজ অনৈতিক কাৰ্যকলাপ মদ,ভাং,জুৱা,নিসিদ্ধ ড্ৰাগছকে আদি কৰি পেঙেৰি অঞ্চলত অৱস্থিত দিহিং পাটকাই, তৰাণি, নলনি ইত্যাদি সংৰক্ষিত বনাঞ্চলত দুষ্ট চক্ৰই অবাধ হাৰত বন ধ্বংস যজ্ঞ চলাই এফালৰ পৰা তহিলং কৰা, বন ধ্বংস যজ্ঞ ৰোধ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতামূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ উদ্দেশ্যে, বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে যুৱ-প্ৰজন্মক সৎ পথলৈ আনিবলৈ হাতত লোৱা এনে পদক্ষেপক পেঙেৰি বৰডুমচাবাসীয়ে শলাগ লোৱাৰ লগতে ভাৰতীয় সেনা বাহিনীৰ 3 নং গাড়োৱাল ৰাইফলছে প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক : গোলাম মুস্তাফা খানৰ মৃত্যুত শোক প্ৰকাশ দেশৰ সংগীত জগতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.