ETV Bharat / city

বাঘজান গেছ-পাইপলাইন বিস্ফোৰণঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ

author img

By

Published : May 29, 2020, 6:06 PM IST

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰত সংঘটিত গেছ-পাইপলাইন বিস্ফোৰণ সন্দৰ্ভত ফোনযোগে বাৰ্তালাপত মিলিত হয় দুয়ো ৷ ইতিমধ্যে ফেচবুকযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বাঘজান গেছ-পাইপলাইন বিস্ফোৰণঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ
বাঘজান গেছ-পাইপলাইন বিস্ফোৰণঃ কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক, 29 মে' : তিনিচুকীয়াৰ তৈলক্ষেত্ৰৰ গেছ নিৰ্গত হোৱা ঘটনাক লৈ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ শুকুৰবাৰে গোৱালপাৰা ভ্ৰমণত ব্যস্ত হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাৰ্তালাপত মিলিত হয় ৷

মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টটো
মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্টটো

তিনিচুকীয়াৰ বাঘজান তৈলক্ষেত্ৰত সংঘটিত গেছ-পাইপলাইন বিস্ফোৰণ সন্দৰ্ভত ফোনযোগে বাৰ্তালাপত মিলিত হয় দুয়ো ৷ ইতিমধ্যে ফেচবুকযোগে এই কথা প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীলৈ ফোন মুখ্যমন্ত্ৰীৰ

যিহেতু পৰিস্থিতি এতিয়াও নিয়ন্ত্ৰণলৈ আনিব পৰা হোৱা নাই, এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় তথা প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে । পেট্ৰ'লিয়াম মন্ত্ৰীগৰাকীয়েও এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.