ETV Bharat / city

স্বচ্ছ ভাৰতৰ সৈতে সংগতি ৰাখি টিংখাঙৰ বিধায়কৰ বিশেষ পদক্ষেপ - ধানমন্ত্ৰী মোডীৰ স্বচ্ছ ভাৰত অভিযান

টিংখাঙৰ বিধায়ক বিমল বৰাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি নিজ সমষ্টিবাসীক উপহাৰ হিচাপে প্ৰদান কৰিছে একোটাকৈ বাঁহৰ ঝাৰু ৷

বিমল বৰাৰ ঝাৰু বিতৰণ
author img

By

Published : Oct 8, 2019, 9:39 AM IST

টিংখাং, 8 অক্টোবৰ : টিংখাঙৰ বিধায়ক বিমল বৰাই গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ । প্ৰধানমন্ত্ৰী মোডীৰ স্বচ্ছ ভাৰত অভিযানৰ সৈতে সংগতি ৰাখি নিজ সমষ্টিবাসীক উপহাৰ হিচাপে প্ৰদান কৰিছে একোটাকৈ বাঁহৰ ঝাৰু । স্বচ্ছতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি নৱমীৰ সন্ধিয়া টিংখাং-ৰাজগড়ৰ বিভিন্ন পূজা মণ্ডপে-মণ্ডপে গৈ দেৱীৰ আশিষ লোৱাৰ লগতে পূজা কমিটি আৰু ব্যৱসায়ীসকলৰ মাজত বাঁহৰ ঝাৰু বিতৰণ কৰে বিমল বৰাই ৷

টিংখাঙৰ বিধায়কৰ বিশেষ পদক্ষেপ

দেৱী বিসৰ্জনৰ পাছত পূজা মণ্ডপসমূহ অপৰিষ্কাৰ হৈ পৰে বাবে বিধায়কগৰাকীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ ঝাৰু বিতৰণ কৰি সকলোকে নিজৰ নিজৰ পূজাস্থলীসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাই বিধায়ক বিমল বৰাই ।

Intro:টিংখাঙৰ বিধায়ক বিমল বৰাৰ ব্যতিক্ৰমী পদক্ষেপ। সমষ্টিবাসীক পূজাৰ উপহাৰ হিচাপে আগবঢ়াই একোটাকৈ বাহৰ ঝাৰু।Body:টিংখাং- ৭ অক্টোবৰ- টিংখাঙৰ বিধায়ক বিমল বৰাৰ ব্যতিক্ৰমী পদক্ষেপ। সমষ্টিবাসীক পূজাৰ উপহাৰ হিচাপে আগবঢ়াই একোটাকৈ বাহৰ ঝাৰু। স্বচ্ছতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি নৱমীৰ সন্ধিয়া টিংখাং- ৰাজগড়ৰ বিভিন্ন পূজাৰ মণ্ডপে-মণ্ডপে গৈ দেৱীৰ আশিষ লোৱাৰ লগতে পূজা কমিটি আৰু ব্যৱসায়ী সকলৰ মাজত বাহৰ ঝাৰু বিতৰণ কৰে। দেৱী বিসৰ্জনৰ পাচত পূজা মণ্ডপৰ স্থান সমূহ অপৰিষ্কাৰ হৈ নাথাকে তাৰ বাবে বিধায়ক গৰাকীয়ে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা দেখা যায়। হাতে-হাতে ঝাৰু বিতৰণ সকলোকে নিজৰ নিজৰ পূজা স্থলী সমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ আহ্বান জনাই বিধায়ক বিমল বৰাই। বিধায়কৰ হাতৰ পৰা পূজাৰ উপহাৰ গ্ৰহণ কৰিবলৈ ৰাইজে হেতা-উপৰা লগোৱা দেখা যায়।

Byte- বিমল বৰা।

টিংখাঙৰ পৰা দীপক গগৈ,ই টিভি ভাৰত অসম।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.