ETV Bharat / city

ইণ্ডো-চীন সীমান্তত দেৱালী উদযাপন কিৰেণ ৰিজিজু আৰু পেমা খাণ্ডুৰ

author img

By

Published : Oct 28, 2019, 9:54 PM IST

Updated : Oct 29, 2019, 9:10 AM IST

ভাৰত-চীন সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত ব্যতিক্ৰম ৰূপত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷ ভাৰতীয় বীৰ সেনা জোৱান সকলৰ সৈতে দেৱালী উদযাপন দুই মন্ত্ৰীৰ ৷

ইণ্ডো-চীন সীমান্তত দেৱালী উদযাপন

তেজপুৰ,২৮ অক্টোবৰ : ভাৰত, চীন আৰু তীব্বত সীমান্তৰ অৰুণাচল প্ৰদেশৰ টাৱাঙত ব্যতিক্ৰমী ৰূপত দেখা গ’ল অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী কিৰেণ ৰিজিজুক ৷ সীমান্তৰ দুৰ্গম বৰফাবৃত্ত অঞ্চলত এখন জীপচি বাহন চলোৱা পৰিলক্ষিত হ’ল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুক সহযোগ কৰে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷

ইণ্ডো-চীন সীমান্তত দেৱালী উদযাপন কৰাৰ মূহুৰ্তত সেনাৰ বাহিনীৰ বিষয়াসহ কিৰেণ ৰিজিজু আৰু পেমা খাণ্ডু
ইণ্ডো-চীন সীমান্তত দেৱালী উদযাপন কিৰেণ ৰিজিজু আৰু পেমা খাণ্ডুৰ

সোমবাৰে দেৱালী উপলক্ষ্যে দুয়োজনে দুৰ্গম পথ অতিক্ৰম কৰি সেনা জোৱান সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে মিঠাই বিতৰণ কৰে ৷ ইণ্ডো-চীন সীমান্তত ভাৰতীয় সেনাৰ সৈতে দেৱালী উদযাপন কৰে দুয়োগৰাকী মন্ত্ৰীয়ে ৷ দেৱালীৰ লগতে সীমান্তত থকা জোৱান সকলৰ মাজত সাহস আৰু কৰ্ম উদম্য জগোৱাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰে দুয়ো নেতাই ৷

ইণ্ডো-চীন সীমান্তত কিৰেণ ৰিজিজু আৰু পেমা খাণ্ডু

Intro:তেজপুৰ,২৮ অক্টোবৰ : ভাৰত চীন আৰু তীব্বত সীমান্ত অৰুনাচল প্ৰদেশৰ টাৱাং সীমান্ত থকা ভাৰতীয় সেনাৰ বীৰ জোৱান সকলৰ লগত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু অৰুনাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডু ৷
Body:ভাৰত চীন আৰু তীব্বত সীমান্তৰ দুৰ্গম বৰফাবৃত্ত অঞ্চলত এখন জীপচি গাৰীত নিজে চালক হিচাবে কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজু আৰু সহযোগী হিচাবে থাকে মুখ্য মন্ত্ৰী পেমা খাণ্ডু ৷দুয়োজনে দুৰ্গম পথ অতিক্ৰম কৰি সেনা জোৱান সকলৰ লগত মত বিনিময় কৰাৰ লগতে মিঠাই বিতৰন কৰে ৷ সীমান্তত থকা জোৱান সকলক সাহস আৰু কৰ্ম উচ্চাহ বঢ়াবৰ বাবে এই পদক্ষেপ দুয়ো গৰাকী মন্ত্ৰীৰ ৷
Conclusion:Pranab kumar Das
Tezpur
28/10/19
Last Updated : Oct 29, 2019, 9:10 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.