ETV Bharat / city

বাঘৰ আক্ৰমণৰ দৃশ্য ভাইৰেল ! - কাজিৰঙাত চৰনীয়া গৰুৰ ওপৰত ঢেকিয়াপতীয়া বাঘৰ আক্ৰমন

এজাক চৰনীয়া গৰু আৰু এটা প্ৰকাণ্ড ঢেকিয়াপতিয়া বাঘ ! হয়, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত এই ঘটনাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত ৷

কাজিৰঙাত চৰনীয়া গৰুৰ ওপৰত ঢেকিয়াপতীয়া বাঘৰ আক্ৰমন

author img

By

Published : Mar 12, 2020, 2:08 PM IST

তেজপুৰ, 12 মাৰ্চ : এজাক চৰনীয়া গৰু আৰু এটা প্ৰকাণ্ড ঢেকিয়াপতিয়া বাঘ ! হয় এই দৃশ্যৰ এটা শিহৰণকাৰী ভিডিঅ' ভাইৰেল হৈছে ছচিয়েল মিডিয়াত ৷

কাজিৰঙা ৰাষ্টীয় উদ্যানৰ বাগৰি ৰেঞ্জৰ অধীনত থকা এখন চৰনীয়া পথাৰত চৰি থকা এজাক পোহনীয়া গৰুক পিছে পিছে খেদিছে এটা প্ৰকাণ্ড ঢেকিয়াপতিয়া বাঘে ৷ প্ৰাণৰ মমতাত পলাই নিজক ৰক্ষা কৰিবলৈ এইদৰে গৰুৰ জাকটোৱে দৌৰিবলৈ চেষ্টা কৰে ৷ উদ্যানখনৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কোনোবা যাত্ৰীয়ে সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি ৰাখে ৷

কাজিৰঙাত চৰনীয়া গৰুৰ ওপৰত ঢেকিয়াপতীয়া বাঘৰ আক্ৰমন

উল্লেখ্য যে, কাজিৰঙা ৰাষ্টীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ পৰা এইদৰে মাজে সময়ে কাষৰীয়া পথাৰত খাদ্যৰ সন্ধানত বাঘ ওলাই অহা পৰিলক্ষিত হয় ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.