ETV Bharat / city

তেজপুৰত টেট শিক্ষকৰ প্ৰতিবাদ

author img

By

Published : Mar 7, 2019, 3:00 PM IST

ৰাজ্যজুৰি চলা প্ৰতিবাদৰ অংশস্বৰপে তেজপুৰতো টেট শিক্ষকসকলে কেইবাটাও দাবীৰ সমৰ্থনত সাব্যস্ত কৰে প্ৰতিবাদ ৷ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

টেট শিক্ষকৰ প্ৰতিবাদ

শোণিতপুৰ,৭মাৰ্চ: বৃহস্পতিবাৰে সদৌ অসম টেট শিক্ষক সন্থাই ৰাজ্যজুৰি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশস্বৰপে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে তেজপুৰতো প্ৰতিবাদ সাব্যস্তকৰে শোণিতপুৰ জিলা টেট শিক্ষক সন্থাই ।

টেট শিক্ষকৰ প্ৰতিবাদ
ইপিনে চি টেট পাচ কৰাসকলৰ বাবেও চাকৰিৰ আবেদন কৰাৰ সুবিধা প্ৰদান কৰা বাবেইবহিঃ ৰাজ্যৰ প্ৰাৰ্থীয়েওনিযুক্তি লাভ কৰাৰ সুবিধা পাব বুলি অভিযোগ কৰিপ্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী জনায় ।

পাচতজিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী শিক্ষকসকলে ৷

Intro:তেজপুৰ: সদৌ অসম টেট শিক্ষক ৰ ৰাজ্য জুৰি প্ৰতিবাদ সাব্যস্ত, শিক্ষা মন্ত্ৰী ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ।
বিগত বহু সময়ত ধৰি অসম চৰকাৰে এই টেট শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণ নকৰাৰ কাৰণে এইদৰে ক্ষোভৰ বহি প্ৰকাশ পাইছে এই সকল শিক্ষক ৰ ।
নো ৰেগুলাৰ নো ৰেঅষ্ট , ধ্বনি দি জিলা উপায়ুক্ত ৰ জড়িয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
শোণিতপুৰ জিলাৰ উপায়ুক্তক এই দাবী সম্বলিত পত্ৰ প্ৰেৰণ কৰে ।

Body:শিক্ষক সকলৰ মাজত শিক্ষা মন্ত্ৰীয়ে মাহী আইৰ দৃষ্টিৰে চোৱা ক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
আনহাতে বহিঃ ৰাজ্যৰ পৰা শিক্ষক ক এই টেট ৰ অধীনত নিযুক্তি দিয়া ৰ বাবে শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবী জনায় ।
Byte: টেট শিক্ষক ।
Byte: শিক্ষয়ত্ৰী ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম,
তেজপুৰ।
৭/৩/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.