ETV Bharat / city

বিশ্বনাথত অন্ধবিশ্বাসৰ চাঞ্চল্যকৰ ঘটনা

author img

By

Published : Oct 17, 2019, 7:20 PM IST

অসমত পুনৰ অন্ধবিশ্বাসৰ ঘটনা । গহপুৰত চাঞ্চল্যৰ সৃষ্টি ।

বিশ্বনাথত অন্ধবিশ্বাসৰ চাঞ্চল্যকৰ ঘটনা

বিশ্বনাথ,17 অক্টোবৰ: বিশ্বনাথ জিলাৰ গহপুৰত এগৰাকী পিতৃয়ে অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ নিজ পুত্ৰক বলি দিবলৈ অপ্ৰচেষ্টা কৰা ঘটনা সংঘটিত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গহপুৰ মহকুমাৰ যোগিবাৰী গাঁৱৰ প্ৰদীপ গোৱালা নামৰ এজন ব্যক্তিয়ে বুধবাৰে নিজ সন্তানক পূজাৰ নামত বলি দিবলৈ চেষ্টা কৰে ৷

এই শিহৰণকাৰী ঘটনা স্থানীয় একাংশ লোকে জানিব পাৰি গহপুৰ আৰক্ষীক খবৰ দিয়ে ৷ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত গহপুৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ প্ৰদীপ গোৱালা নামৰ ব্যক্তিজনক আটক কৰে । অন্ধবিশ্বাসৰ এই ঘটনাটোৱে সমগ্র গহপুৰতে চেপা উত্তেজনা সৃষ্টি কৰিছে ।

গহপুৰত পিতৃৰ নিজ পুত্ৰক বলি দিয়াৰ চেষ্টা ৷

Intro:as_biswanath_803_16_oct_ghopur_vis_scrpt_as10018Body:as_biswanath_803_16_oct_ghopur_vis_scrpt_as10018Conclusion:পুণৰ অসমত অন্ধবিশ্বাসৰ ঘটনা ।এই বাৰ গহপুৰত অন্ধবিশ্বাসৰ ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে ।

যিটো সময়ত চৰকাৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠা নাটক,বা বিজ্ঞাপনৰ জৰিয়তে অন্ধবিশ্বাসৰ ঘটনা
সমুহৰ পৰা ৰাইজক আতৰাবলৈ সজাগতা সৃষ্টি কৰি আহিছে তেনে সময়তে এই বাৰ অন্ধবিশ্বাসত মতলীয়া হৈ নিজ পিতৃয়ে পুত্ৰক বলি দিব লগা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।ইফালে এই বাৰ
বিশ্বনাথত জিলা
গহপুৰ মহকুমাৰ যোগিবাৰী গাঁৱত এই বাৰ অন্ধবিশ্বাসৰ ঘটনা ।
গাৱঁ খনৰ প্ৰদীপ গুৱালা নামৰ এজন ব্যক্তিয়ে বুধবাৰে অন্ধ বিশ্বাসৰ বসবৰ্তী হৈ নিজ সন্তানক পূজাৰ নামত বলি দিবলৈ অপ্ৰচেষ্টা কৰা ঘটনাই তীব্ৰ
চাঞ্চল্যকৰ সৃষ্টি কৰিছে সমগ্র গহপুৰণ ।
ইফালে এই ঘটনাৰ স্থানীয় একাংশই জানিব পাৰি গহপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্হলীত গহপুৰ এটা আৰক্ষী দল উপস্থিত হৈ ব্যক্তি জনক
আটক কৰে।
ইফালে ঘটনাই সমগ্র গহপুৰতে চেপা উত্তেজনা সৃষ্টি কৰিছে ।
এতিয়া প্ৰশ্ন হয় চৰকাৰে কোটি কোটি টকা ৰাজ ভড়ালৰ পৰা খৰচ কৰি প্ৰকৃতে সজাগতা আনিবলৈ সক্ষম হৈছে নে নাই তাৰ সন্দেহ আঙুলি তুলিছে সচেতন মহলে ।

বিশ্বনাথ পৰা শ্ৰীমন্ত দাস
ই টিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.