ETV Bharat / city

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ

author img

By

Published : Apr 29, 2019, 10:21 PM IST

Updated : Apr 30, 2019, 12:28 AM IST

সাংবাদিক আক্ৰমণ সম্পৰ্কত শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ প্ৰতিক্ৰিয়া ব্যক্ত । ইউনিয়নৰ সদস্যসকলে ঘটনাৰ উচিত তদন্ত দাবী কৰি উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ । সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ কথা উল্লেখ কৰা হয় স্মাৰক পত্ৰত ।

SONITPUR JOURNALIST UNION SUBMITS MEMORANDUM

তেজপুৰ,২৯ এপ্ৰিলঃ ৰাজ্যত সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ তীব্ৰ নিন্দা কৰাৰ লগতে আক্ৰমণকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ । ইউনিয়নৰ সদস্যসকলে উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

SONITPUR JOURNALIST UNION SUBMITS MEMORANDUM

উল্লেখ্য যে, দৈনিক অসম কাকতৰ সাংবাদিক ৰাজেন ডেকা আৰু নিউজ 18 ৰ উপাসনা বৰুৱা, ধুবুৰী জিলাৰ ৰাজীৱ শৰ্মা আৰু যোৰহাটৰ ডি ৱাই 365 ৰ ৰাজীৱ বৰাক কৰা আক্ৰমণে ৰাজ্যখনৰ সাংবাদিকসকলৰ চৰম নিৰাপত্তাহীনতাক সূচায় । এই দুষ্কাৰ্যৰ লগত জড়িত সকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ৰাজ্যৰ প্ৰতিজন সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ কথা উল্লেখ কৰা হয় স্মাৰক পত্ৰত ।

Intro:তেজপুৰ,২৯এপ্ৰিল: ৰাজ্যত সাংবাদিক ৰ ওপৰত চলা আক্ৰমণৰ তীব্র নিন্দা কৰাৰ লগতে আক্ৰমণ কাৰী সকলক ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীৰে আজি তেজপুৰৰ শোণিতপুৰ জাৰণালিষ্ট ইউনিয়নে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত ৰ জড়িতে ।

Body:দৈনিক অসম, কাকতৰ সাংবাদিক ৰাজেন ডেকা, নিউজ18 ৰ সাংবাদিক তিনিচুকীয়া ৰ উপাসনা বৰুৱা, ধুবুৰী জিলাৰ ৰাজীৱ শৰ্মা আৰু যোৰহাটৰ ডি ৱাই 365 ৰ ৰাজীৱ বৰাক কৰা আক্ৰমনে ৰাজ্য খনৰ সাংবাদিক সকলৰ চৰম নিৰাপত্তা হীনতাকে সূচাইছে ।এই দুষ্কাৰ্যৰ লগত জড়িত সকলক দৃষ্টান মূলক শাস্তি প্ৰদান কৰি ৰাজ্যৰ প্ৰতিজন সাংবাদিকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেও উল্লেখ কৰা হয় ।

Conclusion:প্ৰণৱ কুমাৰ দাস, ইটিভি ভাৰত অসম
তেজপুৰ।
২৯/৪/১৯
Last Updated : Apr 30, 2019, 12:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.