ETV Bharat / city

ঠেলামৰাত অন্য তিনি বিধায়কসহ উপস্থিত শিলাদিত্য দেৱ

author img

By

Published : Aug 8, 2020, 7:53 PM IST

বুধবাৰে শোণিতপুৰৰ ঠেলামৰাত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ পাচতে উক্ত স্থানত উপস্থিত হয় শাসকীয় দলৰ চাৰিগৰাকী বিধায়ক ৷ শাসকীয় দলৰ বিধায়ক শিলাদিত্য দেৱ, অশোক সিংঘল, প্ৰমোদ বৰঠাকুৰ আৰু উৎপল বৰাই উক্ত অঞ্চলৰ ৰাইজৰ মাজত এক শান্তিৰ বাৰ্তা প্ৰেৰণ কৰাৰ আহ্বান জনায় ।

Shiladitya Deb with other three MLAs at Thelamara
ঠেলামৰাত অন্য তিনি বিধায়কসহ উপস্থিত শিলাদিত্য দেৱ

তেজপুৰ, 8 আগষ্ট : বুধবাৰে শোণিতপুৰ জিলাৰ ঠেলামৰাত সংঘটিত গোষ্ঠী সংঘৰ্ষৰ পাচতে উক্ত অঞ্চলটোত উপস্থিত হয় চাৰিগৰাকী শাসকীয় বিধায়ক ৷ শনিবাৰে চুটি পাহাৰৰ ভৰা শিঙৰীত থকা দেৱালয় পৰিদৰ্শন কৰে বিধায়ক চাৰিগৰাকীয়ে । শাসকীয় দলৰ হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, ঢেকীয়াজুলিৰ অশোক সিংঘল, বিশ্বনাথৰ প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ উৎপল বৰাই উক্ত অঞ্চলৰ ৰাইজৰ মাজত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰাৰ আহ্বান জনায় ।

বিধায়ক শিলাদিত্য দেৱে কয় যে, ব্ৰহ্মপুত্ৰৰ পাৰত থকা চৰ অঞ্চলত অতি সোনকালে একোখনকৈ আৰক্ষী চকী নিৰ্মাণ হ'ব । হৰগৌৰী মন্দিৰত উপস্থিত হৈ বিধায়ক কেইজনে অতি সোনকালে ঘটনাৰ উচিত তদন্তৰ আহ্বান জনায় ৷ লগতে দেবে প্ৰশ্ন কৰে যে, যি অঞ্চলত আৰক্ষীয়ে উপস্থিত হ'ব নোৱাৰিলে সেই স্থানত আমছুৰ লোকে ঘটনাৰ দিনা কেনেকৈ বাঁহৰ পাতিলে ৷

আনহাতে, হৰগৌৰী মন্দিৰত এখন আৰক্ষী চকী নিৰ্মাণৰ বাবে আহ্বান জনাইছে গণেশ লিম্বুয়ে । তেওঁ কয় যে, তৃতীয় পক্ষৰ লোকে বাহিৰৰ পৰা আহি এনে কাৰ্য সংঘটিত কৰিছে । অসম চৰকাৰে এই মন্দিৰ নিৰ্মান আৰু অন্যান্য কামৰ বাবে ইতিমধ্যে 10 লাখ টকা ধাৰ্য কৰিছে বুলি প্ৰকাশ কৰে বিধায়ক লিম্বুয়ে ৷

হৰগৌৰী মন্দিৰ

লগতে পঢ়়ক : গৰ্ভৱতী পত্নীক ইহ সংসাৰত এৰি গ'ল সহ-পাইলট অখিলেশ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.