ETV Bharat / city

ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে ২০০ গছি বন্তি প্ৰজ্বলন

আজি উত্তৰ জামুগুৰি অন্তৰ্গত দক্ষিণ মুঢ়াদল যুৱ মৰ্চা আৰু নদুৱাৰ যুৱ মৰ্চাৰ উদ্যোগত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিবেশ । সকলোৱে আজি পূজা-অৰ্চনা ২০০ গছ বন্তি প্ৰজ্বলন কৰি ৰাম মন্দিৰ ভাগ সফলভাৱে ৰ্নিমাণ কৰাৰ কামনা কৰিছে ৷

ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে ২০০ গছি বন্তি প্ৰজ্বলন
ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে ২০০ গছি বন্তি প্ৰজ্বলন
author img

By

Published : Aug 6, 2020, 5:42 AM IST

চতিয়া, 5 আগষ্ট : শোণিতপুুুৰ জিলাৰ চতিয়াৰ টুপীয়াত অয্যোধাত অনুষ্ঠিত হোৱা ৰাম মন্দিৰৰ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈ যায় বন্তি প্ৰজলন অনুষ্ঠান ৷ বহু প্ৰতীক্ষাৰ অন্ত পেলাই আজি অযোধ্যাত অনুস্থিত হৈছে ৰাম মন্দিৰৰ ভূমি পূজন অনুস্থান । সেই উপলক্ষে আজি দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৎসৱমুখৰ পৰিবেশ । আজি উত্তৰ জামুগুৰি অন্তৰ্গত দক্ষিণ মুঢ়াদল যুৱ মৰ্চা আৰু নদুৱাৰ যুৱ মৰ্চাৰ উদ্যোগত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিবেশ । সকলোৱে আজি পূজা-অৰ্চনা ২০০ গছ বন্তি প্ৰজ্বলন কৰি ৰাম মন্দিৰ ভাগ সফলভাৱে ৰ্নিমাণ কৰাৰ কামনা কৰিছে ৷

ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে ২০০ গছি বন্তি প্ৰজ্বলন

লগতে পঢ়কঃ স্বাধীনতা দিৱসৰ পূৰ্বে সামৰিক বাহিনীৰ বেণ্ডৰ তৰফৰ পৰা কৰ'ণা যোদ্ধালৈ অভিবাদন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.