ETV Bharat / city

তেজপুৰত চৰকাৰী খাদ্য গ্ৰহণ কৰি চিকিৎসাধীন ছাত্ৰ - সূৰ্যউদয় প্ৰাথমিক বিদ্যালয়

তেজপুৰৰ গোটলঙৰ অংগনবাড়ী কেন্দ্ৰৰ খাদ্য গ্ৰহণৰ পাচতেই এই ঘটনা সংঘটিত ৷

তেজপুৰত অঘটন: চৰকাৰী খাদ্য গ্ৰহণ কৰি ছাত্ৰ চিকিৎসাধীন
author img

By

Published : Aug 29, 2019, 4:45 PM IST

তেজপুৰ ,29 আগষ্ট: তেজপুৰৰ গোটলঙত অংগনাবাড়ী কেন্দ্ৰৰ চৰকাৰী খাদ্য গ্ৰহণ কৰি গুৰুত্বৰ ভাৱে অসুস্থ হৈ পৰিছে অঞ্চলটোৰ সূৰ্যউদয় প্ৰাথমিক বিদ্যালয়ৰ এজন ছাত্ৰৰ ৷ ঘটনা অনুসৰি অংগনাবাড়ী কেন্দ্ৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলক দিয়া ফুডগ্ৰেইন খাই ছাত্ৰজনৰ প্ৰথমতে পেটৰ বিষ অনুভৱ হয় আৰু পিছলৈ বমি আৰু শৌচ আৰম্ভ হয় ৷

তাৰোপৰি সেই একে ফুডগ্ৰেইন গ্ৰহণ কৰি পৰিয়ালটোৰ আন চাৰিজন লোকো হঠাৎঅসুস্থ হৈ পৰে ৷ চৰকাৰে যোগান ধৰা শিশু খাদ্যৰ নিম্ন মানদণ্ডৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে বুলি অভিযোগ কৰে পৰিয়ালৰ লোকে ৷

Intro:তেজপুৰ,২৯আগষ্ট : অংগনাবাদী কেন্দ্ৰৰ চৰকাৰী খাদ্য গ্ৰহণ কৰি তেজপুৰ গোটলঙৰ সূৰ্যউদয় প্ৰাথমিক বিদ্যালয়ৰ ছাত্র আৰু ঘৰৰ পৰিয়াল অসুস্থ ।
চৰকাৰে যোগান ধৰা শিশু খাদ্যৰ ওপৰত অভিযোগ এওঁলোকৰ , কাৰণ এই খাদ্য গ্ৰহণ কৰি বৰ্তমান মাতৃ ভগ্নী সহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসলায়ত চিকিৎসাধিন ।

Body:শিশু আৰু পৰিয়ালৰ লোকে জনোৱা মতে অংগনাবাদী কেন্দ্ৰৰ পৰা ছাত্ৰ ছাত্ৰী সকলক খাবলৈ দিয়া ফুডগ্ৰেইন খাই পৰিয়াল আৰু ছাত্ৰৰ প্ৰথম অৱস্থাত পেটৰ বিষ অনুভৱ হয় আৰু তাৰ পিছত বমি আৰু শৌচ আৰম্ভ হয় ।
bite: ছাত্র
bite: মাতৃ ।
একে ঘৰৰ চাৰিওজন এই দৰে হঠাৎ অসুস্থ হৈ পৰাত পৰিয়াল লোক চিন্তিত হৈ পৰিছে ।
প্ৰকৃততে ফুড গ্ৰেইন পেকেট পুৰণি হৈ ঘৰত ৰখা হোৱাৰ বাবে এনে হব পাৰে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ।

Conclusion:প্ৰাণস্ব কুমাৰ দাস
তেজপুৰ
২৯/৮/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.