ETV Bharat / city

ক’ভিড সৃষ্ট পৰিৱেশ: ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সাহায্যৰ চেষ্টা - cryogenic oxygen

ক’ভিড 19 ৰ সাহায্যৰ দিশত ভাৰতীয় বায়ু সেনাই প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ ভাৰতীয় বায়ুসেনাৰ এটা চি-১৭ য়ে ছিংগাপুৰত 4 টা খালী ক্ৰায়'জেনিক অক্সিজেন পাত্ৰ লোড কৰাৰ লগতে পুণেৰ পৰা ২ টা খালী ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ লোড কৰে ৷

ক’ভিড 19ত ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সাহায্যৰ প্ৰচেষ্টা

author img

By

Published : Apr 26, 2021, 8:57 AM IST

তেজপুৰ,26 এপ্ৰিল: ক’ভিডৰ সাহায্যৰ দিশত ভাৰতীয় বায়ুসেনাই প্ৰচেষ্টা অব্যাহত ৰাখিছে । ভাৰতীয় বায়ুসেনাৰ এটা চি-১৭ য়ে শনিবাৰে পুৱা ছিংগাপুৰত উপস্থিত হৈ 4 টা খালী ক্ৰায়'জেনিক অক্সিজেন পাত্ৰ লোড কৰে ৷ ইয়াৰ পাছতে ছিংগাপুৰ বিমানৰ পৰা পাত্ৰবোৰ পানাগড় বিমান ঘাটিলৈ নিয়া হয় । ভাৰতীয় বায়ুসেনাৰ আন এটা চি-১৭ পুনে বিমান ঘাটিৰ বাবে লৈ যোৱা হয় ৷ জেটখনত ২ টা খালী ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ জামনগৰ বিমান ঘাটিৰ বাবে ট্ৰাকেৰে ভৰোৱা হয় ৷ এই একেখন চি-17 বিমান পৰৱৰ্তী সময়ত পুনেৰ পৰা জামনগৰলৈ ২ টা খালী ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰৰ সৈতে ইয়াৰ দ্বিতীয় শ্বাটলত আছে ।

ক’ভিড 19ত ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সাহায্যৰ প্ৰচেষ্টা
ক’ভিড 19ত ভাৰতীয় বায়ু সেনাৰ দ্বাৰা সাহায্যৰ প্ৰচেষ্টা

উল্লেখ্য যে, এটা আইএএফ চিনুক হেলিকপ্তাৰ আৰু এখন এন-32 পৰিবহণ বিমানে ক্ৰমান্বয়ে জম্মুৰ পৰা লেহলৈ আৰু জম্মুৰ পৰা কাৰ্গিললৈ ক’ভিডৰ পৰীক্ষাৰ সামগ্ৰী লৈ যায়। সামগ্ৰীবোৰত জৈৱ সুৰক্ষা কেবিনেট, চেণ্ট্ৰিফিউজ আৰু ষ্টেবালাইজাৰ থাকে । এই যন্ত্ৰবোৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (চিএছআইআৰ)ৰ দ্বাৰা প্ৰস্তুত কৰা হয় ৷ ইয়াক পৰীক্ষাৰ বাবে লাডাখৰ কেন্দ্ৰীয় শাসিত অঞ্চলক প্ৰদান কৰা হয় ।

যিহেতু ভাৰতবৰ্ষই ক’ভিড 19 ৰ সংক্ৰমণ নিয়ন্ত্ৰণ আৰু পৰাজিত কৰাৰ যুঁজত বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে, সেয়েহে আইএএফে সকলো প্ৰয়োজনীয়তা পেছাদাৰীভাৱে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে ।

লগতে পঢ়ক : 'জীৱন ৰক্ষক' নামেৰে ডিজিটেল ডাটা বেংক স্থাপন দিল্লী আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.