ETV Bharat / city

অৱশেষত ভাৰতীয় যুৱকক বন্দী কৰি নিয়াৰ কথা স্বীকাৰ চীনা সৈন্যৰ - চীনা সৈন্যই ভাৰতীয় সেনালৈ হটলাইন মেছেজত

ভাৰতীয় সেনালৈ হটলাইন মেছেজত সীমান্তৰ মেকমোহন লাইনৰ পৰা ৫জন ভাৰতীয়ক চীনা সৈন্যই সীমান্তত উদ্ধাৰ কৰিছে বুলি স্বীকাৰ কৰিছে ।

অৱশেষত ভাৰতীয় যুৱকক বন্দী কৰি নিয়াৰ কথা স্বীকাৰ চীনা সৈন্যৰ

author img

By

Published : Sep 8, 2020, 9:21 PM IST

তেজপুৰ, 8 ছেপ্টেম্বৰ : অৱশেষত পোহৰলৈ আহিলে ৰঙা চীনৰ কূটনৈতিক কৌশল ৷ ভাৰত-চীনৰ মেকমোহন লাইনৰ সমীপৰ পৰা ৫জন ভাৰতীয়ক চীনা সীমান্তত পোৱা কথা স্বীকাৰ কৰিছে চীনা সৈন্যই । এই তথ্য কেন্দ্ৰীয় খেলমন্ত্রী তথা অৰুণাচল প্ৰদেশৰ পশ্চিম সংসদীয় সমষ্টিৰ সাংসদ কিৰেন ৰিজিজুয়ে এক টুইট যোগে জনাইছে ৷

  • China's PLA has responded to the hotline message sent by Indian Army. They have confirmed that the missing youths from Arunachal Pradesh have been found by their side. Further modalities to handover the persons to our authority is being worked out.

    — Kiren Rijiju (@KirenRijiju) September 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিগত 3 ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰিৰ নাচুৰ ভাৰত-চীন সীমান্তৰ পৰা অৰুণাচলৰ ৫ জন তাগিন যুৱকক ৰঙা চীনৰ পিএলএ সেনাই সীমান্তৰ পৰা বন্দী কৰি লৈ যোৱাৰ পাছত ভাৰতীয় সৈন্যই সীমান্তত হটলাইন মেছেজ প্ৰেৰণ কৰিছিল ৷ এই মেছেজৰ পিচতেই ভাৰতীয় সেনাৰ হাতত গতাই দিবলৈ অপেক্ষা কৰা হৈছিল চীনা সৈন্যৰ মেছেজলৈ । আনহাতে চীনৰ বৈদেশিক মন্ত্ৰীৰ মুখপাত্ৰ ঝাও লিজিনৰ বক্তব্যটো চীনৰ মুখপাত্ৰ গ্লোবেল টাইমছে টুইটাৰত উল্লেখ কৰি যে কয়, অৰুণাচল প্ৰদেশৰ বিষয়ে চীনে উত্তৰ দিয়াৰ কোনো প্ৰয়োজনবোধ নকৰে কাৰণ অৰুণাচল প্ৰদেশ চীনে দক্ষিণ তিব্বতৰ অংশ বুলি বিবেচিত কৰে আৰু অৰুণাচল প্ৰদেশৰ যুৱকক এৰি দিবলৈ ভাৰতীয় সৈন্যৰ হটলাইন মেছেজৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই । ইয়াৰ পিছত ইষ্টাৰ্ণ লাডাখত সোমবাৰে নিশা সেনাৰ গুলীবর্ষণ হয় আৰু তাৰ পিছত মঙ্গলবাৰে চীনা পিএলএ সৈন্যই ভাৰতীয় সেনাৰ হটলাইনৰ উত্তৰত ৫ জন ভাৰতীয়ক ৰখাৰ কথা স্বীকাৰ কৰে ।

ৰিজিজুয়ে তেওঁৰ টুইটাৰত উল্লেখ কৰে যে ভাৰতীয় সেনাই সীমান্তৰ চীনা সৈন্যৰ এই মেছেজৰ পিছত প্ৰত্যাৰ্পনৰ বিষয়ে অনলাইনত আলোচনা আগবঢ়াব ৷

লগতে পঢ়ক : অৰুণাচলী যুৱকক বন্দী চীনা সৈন্যৰ: কিৰেণ ৰিজিজুৰ প্ৰতিক্ৰিয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.