ETV Bharat / city

শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে - অসমত সেনাৰ অভিযান বন্ধ

অৱশেষত অসমৰ পৰা অতিৰিক্ত সেনা কৰ্তন কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ ৷ শেহতীয়াকৈ অসমৰ অন্যতম বিদ্ৰোহী সংগঠন এনডিএফবিৰ এটা গোটে ত্ৰিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ পিচতেই কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

Central govt likely to withdraw Army from Assam
শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে
author img

By

Published : Jan 20, 2020, 8:20 PM IST

তেজপুৰ, ২০ জানুৱাৰীঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা অতিৰিক্ত সেনাবাহিনীসমূহ কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ 1990 চনৰ নৱেম্বৰ মাহৰ পৰা অসমত আৰম্ভ হোৱা বিদ্ৰোহী বিৰোধী অভিযানৰ অংশস্বৰূপে অসমলৈ অনা সেনাৰ অতিৰিক্ত বাহিনীসমূহ শীঘ্ৰেই কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে ৷ ইয়াৰ পৰিৱৰ্তে বিদ্ৰোহী বিৰোধী অভিযানত নিয়োজিত কৰা হ'ব কেন্দ্ৰীয় সংৰক্ষিত অৰ্ধসামৰিক বাহিনীসমূহক ৷

শীঘ্ৰেই অসমৰ পৰা সেনা কৰ্তন কৰিব কেন্দ্ৰীয় চৰকাৰে

শেহতীয়াকৈ এনডিএফবিৰ চাওৰাইগৌৰা গোটৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তিৰ অন্তত কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে ৷ অৱশ্যে এনডিএফবিৰ বি বিদাইৰ নেতৃত্বাধীন গোটে এতিয়াও কোনো চুক্তিলৈ অহা নাই ৷ আনহাতে সংযুক্ত মুক্তি বাহিনী অসম, আলফাই পৰেশ বৰুৱাৰ নেতৃত্বত এতিয়াও এক শক্তিশালী স্থিতিত অৱস্থান কৰি আছে ৷ ইফালে নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এনএছচিএনৰ সৈতে হোৱা শান্তি আলোচনা ফলপ্ৰসূ হৈছে বুলি মত প্ৰকাশ কৰিছে বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপাল তথা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে ৷

চিআৰপিএফ বাহিনী

ভাৰতীয় স্থলসেনা

অৱশ্যে বড়োসকলৰ বিদ্ৰোহী সংগঠন এনডিএফবিৰ চাওৰাইগৌৰা গোটে এইদৰে আলোচনালৈ উভটি অহাক লৈ কেন্দ্ৰীয় চৰকাৰে আশাবাদী হৈছে ৷ কিন্তু সংগঠনটোৰ সৈতে শান্তি আলোচনা কিদৰে আগবাঢ়ে সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷ আনহাতে কেন্দ্ৰই সেনা কৰ্তন কৰিলেও অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অব্যাহত থাকিব বিদ্ৰোহী বিৰোধী অভিযান ৷ এতিয়াৰে পৰাই বিদ্ৰোহী বিৰোধী অভিযানত সেনাৰ পৰিৱৰ্তে নিয়োগ কৰা হ'ব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ সশস্ত্ৰ সংৰক্ষিত অৰ্ধসামৰিক বাহিনীসমূহক ৷

Intro:SPECIAL STORY :

তেজপুৰ,২০জানুৱাৰী: শান্তি শৃংখলা পুনৰ ঘূৰি আহিছে অসমলৈ আৰু উত্তৰ পূৰ্বাঞ্চললৈ ( ! ) হয়তো সেই বাবেই কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত যে পূৰ্বাঞ্চল ৰাজ্যৰ পৰা সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ । উগ্ৰপন্থী সংগঠনৰ দমনৰ অভিযানত নিয়োজিত সেনাবাহিনী পুনৰ ঘূৰাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ । এতিয়াৰ পৰা কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জৰিয়তে চলিব উগ্ৰপন্থী বিৰোধী অভিযান ।

Body:অলপতে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ পৰা উগ্ৰপন্থী বিৰোধী অভিযানৰ বাবে নিয়োজিত সেনাবাহিনী পৰ্য্যায় ক্ৰমে প্ৰত্যাহাৰ কৰাৰ জো জা আৰম্ভ হৈছে ।
১৯৯০ চনৰ নৱেম্বৰ মাহত অসমত Counter -insurgency operations সন্ত্ৰাস বিৰোধী অভিযান ত অনা হৈছিল । কিন্তু শেহতীয়া কৈ এন ডি এফ বি চাউৰাগুৰা গোটৰ লগত ত্ৰিপাক্ষিক Suspension Of Operation চুক্তি স্বাক্ষৰ অসমৰ গৃহ সচিব আচুতুশ অগ্নিহোত্ৰী আৰু কেন্দ্ৰীয় গৃহ সচিব উত্তৰ পূৰ্বাঞ্চলৰ দায়িত্বত থকা সত্যেন্দ্ৰ গাৰ্গ ৰ লগত হোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি এক উচ্চ স্তৰীয় সূত্ৰত প্ৰকাশ । উল্লেখযোগ্য যে এই ত্ৰিপাক্ষিক চুক্তিৰ অধীনত এন ডি এফ বি ৰ জি বিদায়' ৰ যি গোট বৰ্তমান ভাৰত ভূটান সীমান্তত বাহৰ পাতি আছে এই চুক্তি লৈ বৰ্তমানেও অহা নাই আৰু পোষকতা কৰা নাই । আনহাতে সংযুক্ত মুক্তি বাহিনী ইণ্ডপেণ্ডেণ্ট আলফা (ই) পৰেশ বৰুৱাৰ নেতৃত্বত বর্তমানেও এক শক্তিশালী স্থিতিত অৱস্থান ।
ইফালে উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ যি নগা বিদ্ৰোহী সংগঠন তেওঁলোকৰ মাজত চলি থকা দীৰ্ঘদিনীয়া শান্তি আলোচনা ফলপ্ৰসূ বুলি অলপতে মত পোষণ কৰিছে বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপাল তথা এই শান্তি আলোচনাৰ মাধ্যস্থতা কৰা আৰ এন ৰবিয়ে ।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেন্দ্ৰীয় চৰকাৰৰ তথা ৰাজ্য চৰকাৰে কি ধৰণে সমগ্ৰ বিষয় টো আগবঢ়াই নিয়ে সেয়া সময়ত নিশ্চিত হব ।

Conclusion:প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
২০/১/২০/২০ /

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.