ETV Bharat / city

চৰাইদেউত আলফা আৰু এন এছ চি এনৰ তিনি কেদাৰ আটক

author img

By

Published : Nov 13, 2019, 11:16 PM IST

চৰাইদেউ জিলাত আলফা আৰু এন এছ চি এনৰ তিনি কেদাৰ আটক কৰা হৈছে ৷ তিনিজন কেদাৰৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ লগতে বহু নথি-পত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

তিনি উগ্ৰপন্থী আটক

শিৱসাগৰ, 13 নৱেম্বৰ : চৰাইদেউ জিলাৰ ভজো আৰু নামতোলাত সেনা বাহিনীয়ে অভিযান চলাই আটক কৰে আলফা আৰু এছ এছ চি এনৰ কেডাৰ ৷ ভজোত অভিযান চলাই সুৰজিত তাঁতী নামৰ এজন আলফা কেডাৰক আটক কৰাৰ লগতে উদ্ধাৰ কৰা হয় চীনত নিৰ্মিত এটা হেণ্ড গ্ৰেণেড, এটা ম'বাইল ফোন আৰু দহ গ্ৰাম জাঞ্জা ৷

আলফা আৰু এন এছ চি এনৰ তিনি কেদাৰ
তিনি উগ্ৰপন্থী আটক

আনহাতে, নামতোলাত চলোৱা অন্য এক অভিযানত এন এছ চি এন (ইউ)ৰ ৱাংটছন কন্যাক আৰু এন এছ চি এন (আইএম)ৰ কেপ্তেইন ন'কেইম কন্যাক নামৰ দুজন গেৰিলাক আটক কৰা হয় । আটকাধীন উগ্ৰপন্থী দুজনৰ ঘৰ নগালেণ্ডৰ মন জিলাত বুলি জানিব পৰা গৈছে । দুয়োজনৰ পৰা হাতে লিখা আপত্তিজনক নথি-পত্ৰৰ লগতে এটা ম'বাইল ফোন আৰু ভাৰতীয় টকা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

আৰু পঢ়ক : কাইলৈ উচ্চতম ন্যায়ালয়ে দিব তিনিটা গুৰুত্বপূৰ্ণ ৰায়দান

Intro:Body:*সামৰিক অভিযানত চৰাইদেউ জিলাত তিনি উগ্ৰপন্থী কৰায়ত্ব*

চৰাইদেউ জিলাৰ ভজো আৰু নামতোলাত সেনা বাহিনীৰ অভিযান।আলফা আৰু এন.এছ.চি.এন কেডাৰ কৰায়ত্ব।ভজোৰ অভিযানত সুৰজিত তাঁতি নামৰ এজন আলফা কেডাৰ কৰায়ত্ব কৰি চীনত নিৰ্মিত এটা হেণ্ড গ্ৰেণেড,এটা মোবাইল ফোন আৰু দহ গ্ৰাম মাৰিজুৱানা উদ্ধাৰ কৰে।আনহাতে নামতোলাত চলোৱা অন্য এক অভিযানত এন.এছ.চি.এন(ইউ)ৰ ৱাংটছন কন্যাক আৰু এন.এছ.চি.এন(আইএম)ৰ কেপ্তেইন ন'কেইম কন্যাক নামৰ দুজন গেৰিলাক কৰায়ত্ব কৰিছে।দুয়োগৰাকী উগ্ৰপন্থীৰ ঘৰ নগালেণ্ডৰ মন জিলাত।দুয়োজনৰ পৰা হাতে লিখা আপত্তিজনক নথি-পত্ৰৰ লগতে এটা মবাই ফোন আৰু ভাৰতীয় টকা উদ্ধাৰ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.